728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



  • ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়, এয়া বাংলাদেশী সংস্কৃতিঃ মন্ত্ৰী পীযুষ হাজৰীকা

    ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়, এয়া বাংলাদেশী সংস্কৃতিঃ মন্ত্ৰী পীযুষ হাজৰীকা0

    ‘সন্দেহযুক্ত বাংলাদেশী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব’জাগীৰোডৰ ঝাৰগাঁৱত সন্দেহযুক্ত নাগৰিকে আক্ৰমণ কৰা পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰীকাঅৰাজগতা কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ সন্দেহযুক্ত একাংশ দুষ্কৃতিকাৰীয়ে আমাৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। এইসকলৰ বিৰুদ্ধে আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয় কৰিম। এনেকৈ ঘৰত সোমাই আহি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়। এয়া বাংলাদেশী সংস্কৃতি।

    READ MORE
  • সাংসদ গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰা দেশৰ সুৰক্ষা বিঘ্নিত কৰিব পৰা প্ৰশ্নকলৈ সৰৱ মুখ্যমন্ত্রী

    সাংসদ গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰা দেশৰ সুৰক্ষা বিঘ্নিত কৰিব পৰা প্ৰশ্নকলৈ সৰৱ মুখ্যমন্ত্রী0

    গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ সংসদত দেশৰ সুৰক্ষা বিঘ্নিত কৰা প্ৰশ্নৰ প্রতি সৰৱ হৈ উঠিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। সামাজিক মাধ্যমত বৃহস্পতিবাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তুলি দেশৰ সুৰক্ষাজনিত বহু প্রশ্ন উত্থাপন কৰিছে।মুখ্যমন্ত্ৰীৰ এই প্রশ্ন তথা অভিযোগৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে এক্স আৰু ফে’চবুক মাধ্যমেৰে মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক উদ্দেশ্য

    READ MORE
  • অসম কৃষি বিশ্ববিদ্যালয়ত বতৰ বিজ্ঞানৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

    অসম কৃষি বিশ্ববিদ্যালয়ত বতৰ বিজ্ঞানৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ0

    যথোচিত মাত্ৰাত খাদ্য উৎপাদনৰ বাবে বতৰৰ প্ৰেক্ষাপটৰ সঠিক নিৰ্ধাৰণ অতি প্ৰয়োজনীয়ঃ মন্ত্ৰী কেশৱ মহন্ত যোৰহাট, ১৩ ফেব্ৰুৱাৰীঃ অসম কৃষি বিশ্ববিদ্যালয়ত “কৃষি আৰু আনুসংগিক খণ্ডত বতৰ আৰু জলবায়ু ভিত্তিক সিদ্ধান্তৰ বাবে অগ্রণী প্রযুক্তি কৌশল(এগমেট ২০২৫)” শীৰ্ষক তিনিদিনীয়া ৰাষ্ট্ৰীয় সম্মিলন আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজিত সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত অসম

    READ MORE
  • গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ স’তে মিতিৰালিৰ গুৰুতৰ অভিযোগ

    গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ স’তে মিতিৰালিৰ গুৰুতৰ অভিযোগ0

    পাকিস্তানৰ ISIৰ সৈতে এলিজাবেথৰ আছে ঘনিষ্ঠ সম্পৰ্কআমেৰিকান দীপ ষ্টেটৰ প্ৰবক্তা জৰ্জ ছ’ৰ’ছৰ সৈতেও এলিজাবেথ ক’লবাৰ্ণ গগৈৰ আছে সু-সম্পৰ্কসাংসদ পত্নীৰ বিৰুদ্ধে উঠা গুৰুতৰ অভিযোগ সন্দৰ্ভত উত্তৰ বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উঠিছে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ স’তে মিতিৰালিৰ গুৰুতৰ অভিযোগ। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ সৃষ্টি হৈছে তীব্ৰ

    READ MORE
  • বঙাইগাঁও আৰু চিৰাঙত বীৰ চিলাৰায় দিৱসৰ কেইবাটাও অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

    বঙাইগাঁও আৰু চিৰাঙত বীৰ চিলাৰায় দিৱসৰ কেইবাটাও অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা0

    বীৰ চিলাৰায়ৰ পৰাক্ৰম আৰু পাণ্ডিত্য আমাৰ সকলোৰে আদৰ্শ: মন্ত্ৰী হাজৰীকাবীৰ চিলাৰায় আৰু ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা নোপোৱাহ’লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বহু ৰচনাৰ পৰা আমি বঞ্চিত হলোহেঁতেন বঙাইগাঁও, ১২ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ, জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বঙাইগাঁও আৰু চিৰাং জিলা ভ্ৰমণ কৰি কেইবাটাও স্থানত বীৰ চিলাৰায়

    READ MORE
  • ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ0

    🔹ভাৰত-আছিয়ানৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বত অসমৰ প্ৰচেষ্টাকে ধৰি বিভিন্ন বিষয়ত আলোচনা🔹ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতেও আলোচনা🔹ৰাজ্যখনক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা এডভাণ্টেজ আছাম-২.০ৰ বাবে ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ উপ-প্ৰধানমন্ত্ৰীৰ লগতে মুখ্য বিনিয়োগকাৰীক সাক্ষাৎ কৰে। বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী গেন

    READ MORE

Latest Posts

Top Authors

error: Content is protected !!