
নিউজ ডেস্কঃ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, সংস্কৃতি মন্ত্ৰ্যালয়, ভাৰত চৰকাৰৰ ‘শিল্পগ্ৰাম’ৰ নিয়মীয়া সাপ্তাহিক সমূহীয়া সাংস্কৃতিক অনুষ্ঠানৰ অন্তৰ্গত গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ‘মহাপুৰুষীয়া ভাওনা নাট’ পৰিৱেশনৰ অনুষ্ঠানটি কালি দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে অনুষ্ঠিত হয়। এন ই জেড চি চি শিল্পগ্ৰামৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা অস্থায়ী নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰি পুৱা ১১ বজাত নাম-প্ৰসংগ-পাঠ অনুষ্ঠিত হয়।
READ MORE
কংগ্ৰেছ কৰ্মীৰ বিৰোধিতাৰ মাজতে ৰীতম সিঙক বাসগৃহৰ পৰাই চোঁচৰাই লৈ গ’ল আৰক্ষীয়েসামাজিক মাধ্যমত বিজেপি বিধায়ক মানৱ ডেকাক লৈ ৰীতমে দিছিল বিতৰ্কিত পোষ্টবিধায়কৰ পৰিয়ালক সাঙুৰি সামাজিক মাধ্যমত দিছিল বিতৰ্কিত পোষ্ট কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক দুই ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বিধায়কৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেতা ৰীতম সিং৷ গুৱাহাটীৰ বাসগৃহৰ
READ MOREযোৰহাট, ১৫ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ত সর্বভাৰতীয় পর্যায়ৰ আগশাৰীৰ বৈজ্ঞানিক সমাজ ভাৰতীয় পতংগ বিজ্ঞান সমাজৰ উদ্যোগত পতঙ্গ বিজ্ঞানৰ শিক্ষার্থী সমাৰোহ ২০২৫, তিনিদিনীয়া কার্য্যসুচীৰে আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ তত্ত্ব বিভাগৰ উদ্যোগত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথি হিচাপে অংশ গ্রহন কৰে। ড০ ডেকাই তেখেতৰ বক্তব্যত ভাৰতীয়
READ MORE
যোৰহাট, ১২ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰা ‘বৈচিত্ৰময় সমন্বিত কৃষি ব্যৱস্থা, ইয়াৰ অৰ্থনৈতিক আৰু পৰিৱেশগত প্ৰভাৱ’ শীৰ্ষক পষেকীয়া হ্রস্বকালীন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত ‘পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ’ৰ সহযোগত অনুষ্ঠিত পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক
READ MORE🔹ভাৰতৰ অবিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰক আঁতৰাই ৰাখিলে ভাৰতৰ মানচিত্ৰৰ পৰা ভাৰতৰ মানচিত্ৰৰ বিকৃত উপস্থাপন কৰি বিতৰ্কত সোমাই পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানৰ ISI লগত সম্পৰ্কৰ তদন্ত চলি থকাৰ মাজতে সাংসদগৰাকীৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ সৃষ্টি হৈছে দেশজুৰি প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে পোষ্টটোত ব্যৱহাৰ কৰা ভাৰতৰ মানচিত্ৰৰ যিখন ফটো ব্যৱহাৰ কৰিছিল সেই
READ MORE
গৌৰৱ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধানদিল্লীত ব্ৰিটিছ দূতাবাসত অসম আৰক্ষীৰ SITৰ তদন্তব্ৰিটিছ দূতাবাসৰ দুই বিষয়াক জেৰা অসমৰ পৰা যোৱা SITৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধানত দিল্লীত ব্ৰিটিছ দূতাবাসত তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। দিল্লীত বাহৰ পাতি তদন্ত ক্ষীপ্ৰতৰ কৰিছে অসম আৰক্ষীৰ SIT-এ। পাকিস্তানী আলী তাকিৰ শ্বেখৰ সৈতে কাম কৰাৰ সময়ত
READ MORE


