
নিউজ ডেস্কঃ অসমৰ একমাত্ৰ তথা প্ৰথমখন দিব্যাংগ নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, নাট্যকাৰ, পৰিচালক, অভিনেতা ৰাজীৱ কুমাৰ সাউদৰ পৰিকল্পনা তথা পূৰ্বালি শৰ্মাৰ কথা আৰু কণ্ঠ, সিদ্ধাৰ্থ কাশ্যপৰ সংগীত ব্যৱস্থাপনা আৰু কণ্ঠৰে আজি ‘চেনাই’ শীৰ্ষক বিহু সুৰীয়া গীতটি গুৱাহাটীৰ সেন্দূৰী আলিত অৱস্থিত দিব্যাংগ নাট্য বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। গীতটিত ঢোল আৰু
READ MORE
Guwahati, April 7, 2025: The poetry collection ‘Premor Panthashala’, penned by Dr. Kajal Saikia, Chief General Manager (HR & Legal) of Numaligarh Refinery Limited, was officially launched at a vibrant literary gathering held at the Auditorium of the Vivekananda Kendra Institute of Culture, Uzanbazar, Guwahati on the evening of Sunday, the 6th of April, 2025.
READ MORE
যোৰহাট, ৫ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয় কৃষি অনুষদৰ শিক্ষক, বিজ্ঞানীক সামৰি পোনপ্ৰথমবাৰৰ বাবে আজি শিক্ষক সমাৰোহ অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ অন্তৰ্গত বিভিন্ন বিভাগ,মহাবিদ্যালয় আৰু আঞ্চলিক গৱেষণা কেন্দ্ৰসমূহৰ শিক্ষক, বিজ্ঞানীসকলে এই সমাৰোহত অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ
READ MORE
যাদৱ পায়েং(মুলাই) আৰু পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী যোৰহাট, ৪ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰোহিত্যত হ’বলগীয়া সমাৱৰ্তনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড০ হৰিশৰণ গুপ্তাই ভাষণ প্ৰদান কৰিব। অসমৰ কৃষিমন্ত্ৰী
READ MORE
যোৰহাট, ৩ এপ্ৰিলঃ ৪, ৫ আৰু ৬ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এক বিবৃতিৰ জৰিয়তে এই বিষয়ে প্ৰকাশ কৰিছে।
READ MORE
▶️‘প্ৰসন্ন তুৰুঙৰ হত্যাৰ অভিযোগত অভিযুক্ত সাংসদ প্ৰদ্যুৎ বৰদলৈ’▶️‘গঁড় হত্যাৰ বাবে ৰকিবুল হুছেইন যিমান দায়ী সিমানেই দায়ী সাংসদ প্ৰদ্যুৎ বৰদলৈ’▶️প্ৰদ্যুৎ বৰদলৈয়ে কু-চক্ৰান্ত কৰি লাভ নাই, তেওঁ এজন ব্যৰ্থ মন্ত্ৰী, ব্যৰ্থ বিধায়ক, ব্যৰ্থ সাংসদঃ মন্ত্ৰী পীযুষ হাজৰীকা▶️আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক ৯০ হাজাৰ ভোটত পৰাস্ত কৰাৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ গঁড় হত্যা আপুনি ৰোধ কৰিব পৰা নাছিল৷
READ MORE


