অৰুণাচল প্ৰদেশত নেৰিষ্টৰ 'লুইত-২০২৩' শীৰ্ষক বিহু অনুষ্ঠান সম্পন্ন
- বিনোদন, মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ, সংস্কৃতি
- May 15, 2023

দৰংঃ সম্প্ৰতি বজাৰত এখন ফুলাম গামোচাৰ দৰ কিমান হ’ব পাৰে? থলুৱা শিপিনীৰ দ্বাৰা বৈ দিয়া ফুলাম গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হ’ব পাৰে নে? অবিশ্বাস্য যদিও সত্য! দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত সোমবাৰে এখন ফুলাম থলুৱা গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হয়। দেৱবস্ত্ৰ হিচাপে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন স্থানীয় যুৱক
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ মে’: অধিক সময় পাঠ্যপুথিৰ মাজত ব্যস্ত থকা অসমীয়া শিশু সকল এটি সংস্কৃতিৱান মন বা প্ৰতিভাৰ অধিকাৰী ৷ সেই কথা সময়ে সময়ে প্ৰতিপন্ন কৰি আহিছে একাংশ নগঞা শিশুয়ে ৷ এইবাৰ এনে এক প্ৰতিভাৰ উমান পোৱা গ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ এটি শিশুৰ ক্ষেত্ৰত ৷ কিয়নো এই শিশুটিয়ে সুন্দৰকৈ পৰিবেশন
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ মেঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ অগ্ৰনী শিক্ষানুষ্ঠান দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ বাৰ্ষিক দিৱসটি শনিবাৰে দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় । সেই অনুসৰি পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলামে । ইয়াৰ পিছতে একাডেমীৰ ছাত্ৰী হালিমা খাতুনে আদৰনি ভাষন প্ৰদান কৰে । একাডেমীৰ অষ্টম
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ এপ্ৰিলঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ক’ৰচুং সত্ৰ ৰাস মন্দিৰ প্ৰাংগণত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও “বিহু বিনন্দীয়া” শীৰ্ষক সোনাইপৰীয়া ৰঙালী বিহু উৎসৱটি অহা ৪ আৰু ৫ মে’ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে ৷ এইবাৰ ১৭ তম্ বৰ্ষত পদাৰ্পণ কৰা এই উৎসৱটি সুচাৰুৰূপে উদযাপন কৰাৰ অৰ্থে প্ৰবীন হাজৰিকাক
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ নিজ হাতীচোং দিঘলীপাৰত অহা ৪ মে’ত নিজ হাতীচোং দীঘলীপাৰ যুৱক-যুৱতী আৰু দিবা সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা দিনযোৰা কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি উদযাপনৰ দিহা কৰা হৈছে । এই মৰ্মে, গুনেন্দ্ৰ নাথক সভাপতি, বিশ্বজিৎ নাথক সম্পাদক আৰু মনোৰঞ্জন বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠনেৰে প্ৰস্তুতি
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ সহযোগত দেওঁবাৰে দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী উৎসৱ উদযাপন কৰা হয় ৷ সেয়ে বিহুবলীয়া ৰাইজৰ উপস্থিতিৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ঢোল-পেঁপা-গগণাৰ মাতেৰে মুখৰিত হৈ পৰে উৎসৱস্থলী ঐতিহাসিক শান্তিজানৰ পাৰৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ
READ MORE


