নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 17, 2023

যোৰহাট, ২৪ মাৰ্চঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব কৃষি প্ৰযুক্তি উদ্যোগী হাব (নীট ই হাব)ত উন্নত উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ ৫ দিনীয়া আৱাসিক প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত উত্তৰ-পূব কৃষি প্ৰযুক্তি উদ্যোগী হাবৰ দ্বাৰা ৰূপায়িত এই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। উত্তৰ-পূব
READ MORE
নিউজ ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তিনিচুকীয়া জিলাৰ ন-মটাপুং সূৰুযজ্যোতি যুৱ সংঘৰ আতিথ্যত ন-মটাপুং ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশনৰ কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বাৰেকুৰি গাঁওবাসীয়ে প্ৰকৃতিপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি হলৌ বান্দৰ সংৰক্ষণৰ বাবে কৰা প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে স্থানীয় ৰাইজক
READ MORE
🔹ডিব্ৰুগড় চহৰক বান-খহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ তৎপৰতাত চলি থকা কামত সন্তোষ্টি প্ৰকাশ মন্ত্ৰী হাজৰীকাৰ ডিব্ৰুগড়ঃ ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ উদ্যোগত চলি থকা কাম পৰিদৰ্শন কৰে। ডিব্ৰুগড় চহৰখনক ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ
READ MORE
যোৰহাট, ২০ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক আন্তঃমহাবিদ্যালয় সমাৰোহ আজিৰে পৰা যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তত থকা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ে এই সমাৰোহত অংশগ্ৰহণৰ কৰিছে। বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদৰ খেলপথাৰত আজি পুৱা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহৰ উদযাপন সমিতিৰ সাংগঠনিক সম্পাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০
READ MORE
নিউজ ডেস্কঃ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, সংস্কৃতি মন্ত্ৰ্যালয়, ভাৰত চৰকাৰৰ ‘শিল্পগ্ৰাম’ৰ নিয়মীয়া সাপ্তাহিক সমূহীয়া সাংস্কৃতিক অনুষ্ঠানৰ অন্তৰ্গত গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ‘মহাপুৰুষীয়া ভাওনা নাট’ পৰিৱেশনৰ অনুষ্ঠানটি কালি দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে অনুষ্ঠিত হয়। এন ই জেড চি চি শিল্পগ্ৰামৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰা অস্থায়ী নামঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰি পুৱা ১১ বজাত নাম-প্ৰসংগ-পাঠ অনুষ্ঠিত হয়।
READ MORE
কংগ্ৰেছ কৰ্মীৰ বিৰোধিতাৰ মাজতে ৰীতম সিঙক বাসগৃহৰ পৰাই চোঁচৰাই লৈ গ’ল আৰক্ষীয়েসামাজিক মাধ্যমত বিজেপি বিধায়ক মানৱ ডেকাক লৈ ৰীতমে দিছিল বিতৰ্কিত পোষ্টবিধায়কৰ পৰিয়ালক সাঙুৰি সামাজিক মাধ্যমত দিছিল বিতৰ্কিত পোষ্ট কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক দুই ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বিধায়কৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেতা ৰীতম সিং৷ গুৱাহাটীৰ বাসগৃহৰ
READ MORE


