728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



  • অসমক অস্থিৰ কৰাৰ বাবে সক্ৰিয় মৌলবাদী সংগঠন

    অসমক অস্থিৰ কৰাৰ বাবে সক্ৰিয় মৌলবাদী সংগঠন0

    🔹বাংলাদেশী মৌলবাদী সংগঠনৰ বিস্ফোৰক ফোন টেপিং🔹অডিঅ’ বাৰ্তাযোগে দেশ জ্বলাই দিয়াৰ ভাবুকি বাংলাদেশী জামায়াতে ইছলামী সংগঠনৰ🔹সংগঠনটোৰ সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰিলে পৰিণতি ভয়াৱহ হ’ব বুলি হুংকাৰ🔹ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ🔹চিকেন নেকত বাস কৰা লোকসকলক বাংলাদেশী বুলি চিনাকি দিবলৈ উচটনি দিছে বাংলাদেশী মৌলবাদী সংগঠনেঃ মুখ্যমন্ত্ৰী🔹ভাৰত-বাংলাদেশৰ যুদ্ধ হ’লে এইসকল বাসিন্দাই দেশৰ প্ৰতি কেনে আনুগত্য

    READ MORE
  • বিয়াল্লিছৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন হ’ব জন্মস্থানত

    বিয়াল্লিছৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন হ’ব জন্মস্থানত0

    ২৩ আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি নগাঁওঃ দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম বীৰগাঁথাসকলৰ অন্যতম বিয়াল্লিছৰ বীৰ শ্বহীদ মনবৰ নাথক সুদীৰ্ঘ দিনৰ পাছত স্বীকৃতি দিবলৈ সাজু হৈছে অসম চৰকাৰ৷ অসমৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত ত্ৰিৰংগা উৰুৱাবলৈ গৈ ব্ৰিটিছ সেনাৰ গুলীত প্ৰাণাহুতি দিছিল স্বাধীনতা আন্দোলনৰ মৃত্যুবাহিনীৰ নায়ক

    READ MORE
  • যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় ক’ক’ কনক্লেভ আৰম্ভ

    যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় ক’ক’ কনক্লেভ আৰম্ভ0

    যোৰহাট, ২০ আগষ্টঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা ৰাষ্ট্ৰীয় ক’ক কনক্লেভ আৰম্ভ হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক কʼক গৱেষক বিজ্ঞানী, কেইবাখনো ৰাজ্যৰ উদ্যান শস্য বিভাগৰ বিষয়া আৰু ক’ক খেতিয়কে দুদিনীয়া কনক্লেভত অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ডি বি টি নিকেব ভৱনত আয়োজিত কনক্লেভৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মিজোৰামৰ কৃষি আৰু কৃষক কল্যাণ, জলসিঞ্চন

    READ MORE
  • টাডা আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ৩৮ জনক দোষমুক্ত ঘোষণা

    টাডা আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান, ৩৮ জনক দোষমুক্ত ঘোষণা0

    টাডা ৪৩/২০০১ গোচৰৰ ৰায়দান, ৩৮ জনক দোষমুক্ত ঘোষণা নিউজ ডেস্কঃ টাডা আদালতে আজি গুৰুত্বপূৰ্ণ ৰায়দান কৰে। টাডা ৪৩/২০০১ গোচৰৰ ৰায়দান কৰি ৩৮ জনক দোষমুক্ত ঘোষণা কৰে টাডা আদালতে। উল্লেখ্য যে ১৯৯১ চনত দিছপুৰ থানাই নিজাকৈ গোচৰটো পঞ্জীয়ন কৰিছিল। ২০০১ চনৰ পৰা TADA আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। সুদীৰ্ঘ ২৫ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৩৫

    READ MORE
  • লোকসভাত ওলাই পৰিল কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ!

    লোকসভাত ওলাই পৰিল কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ!0

    🔹অসমত IIM স্থাপন হোৱাটো নিবিচাৰে কংগ্ৰেছে🔹লোকসভাত ভোটদানৰ সময়ত অসমৰ কংগ্ৰেছী সাংসদৰ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা🔹সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া🔹’অসমৰ ৰাইজে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে’🔹কংগ্ৰেছৰ অসম বিৰোধী এই নিকৃষ্ট মানসিকতাক অসমবাসীয়ে সদায় মনত ৰাখিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কালিৰ দিনটো আছিল ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন। কিয়নো কালি অসমত আই আই এম স্থাপনৰ

    READ MORE
  • স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ বৰঘৰত মিঞাৰ আক্ৰমণ

    স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ বৰঘৰত মিঞাৰ আক্ৰমণ0

    উজনি অসমত মিঞাৰ সন্ত্ৰাস, দা লৈ খেদি আহিল জাতীয় সংগঠনকমিঞাৰ এই আক্ৰমণৰ ঘটনাক টাইপাৰ তীব্ৰ গৰিহণাউজনিত থলুৱা গৰীয়া মুছলমানৰ ছোৱালীক বিয়া পাতি মিঞাই সৃষ্টি কৰিব বিচাৰিছে জোঁৱাই গাঁৱৰআমি কেতিয়াও জোঁৱাই গাঁও সৃষ্টি হ’বলৈ নিদিওঁ- টাইপা উজনি অসমত বাংলাদেশীয় মূলৰ লোক তথা মিঞা বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিত মিঞাই সন্ত্ৰাস চলোৱাৰ বাতৰি

    READ MORE

Latest Posts

Top Authors

error: Content is protected !!