728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



  • অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰ আৰম্ভ

    অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাষ্ট্ৰীয় একতা শিবিৰ আৰম্ভ0

    যোৰহাট, ২২ জানুৱাৰীঃ দূৰদৰ্শী আৰু ৰূপান্তৰকামী চিন্তাধাৰাৰে সজাগ হৈ ৰাষ্ট্ৰীয় একতাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমি আগবাঢ়িব লাগিব। তাৰ বাবে ধনাত্মক চিন্তাধাৰা আৰু সঠিক সিদ্ধান্ত ল’ব লাগিব।- যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় একতা শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন উপ-সঞ্চালক

    READ MORE
  • JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে ভাল খবৰ!

    JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে ভাল খবৰ!0

    JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন সক্ৰিয় হৈ থাকিব। কিন্তু যদি আপুনি ৯০ দিনৰ পাছতো ৰিচাৰ্জ নকৰে তেন্তে ছিমখন নিষ্ক্ৰিয় হ’ব। এয়াৰটেলৰ ছিম ব্যৱহাৰকাৰীসকলেও ৯০ দিনৰ বাবে ৰিচাৰ্জ অবিহনে সকাহ পাব। ইয়াৰ পিছত আপুনি ১৫ দিনৰ সময়সীমা পাব। এই ১৫ দিনৰ ভিতৰতো ৰিচাৰ্জ নকৰিলে নম্বৰটো বন্ধ কৰি দিয়া হ’ব। ভোডাফোন-আইডিয়া (Vi) ব্যৱহাৰকাৰীৰ বাবেও ৯০ দিনৰ

    READ MORE
  • ‘এডভাণ্টেজ আছাম ২.০ হ’ব অসমৰ লগত বহিঃৰাষ্ট্ৰৰ সু-সম্পৰ্কৰ এক মুখ্য স্তম্ভ’- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

    ‘এডভাণ্টেজ আছাম ২.০ হ’ব অসমৰ লগত বহিঃৰাষ্ট্ৰৰ সু-সম্পৰ্কৰ এক মুখ্য স্তম্ভ’- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা0

    দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষৰটো দিনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাদক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতাছিউলত কোৰিয়াৰ নিজা ছিলিকন ভেলী পাংগ্য’ টেকন’ ভেলীৰ ষ্টার্টআপ চৌহদ পৰিদৰ্শন অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ তৃতীয় তথা অন্তিম দিনটোত দক্ষিণ

    READ MORE
  • ‘এডভাণ্টেজ আছাম-২.০ত উদ্যোগপতিসকলে অংশ ল’বলৈ যি উৎসাহ দেখুৱাইছে সেয়া আমাৰ বাবে প্ৰত্যয়জনকঃ মুখ্যমন্ত্ৰী

    ‘এডভাণ্টেজ আছাম-২.০ত উদ্যোগপতিসকলে অংশ ল’বলৈ যি উৎসাহ দেখুৱাইছে সেয়া আমাৰ বাবে প্ৰত্যয়জনকঃ মুখ্যমন্ত্ৰী0

    অসম আৰু দক্ষিণ কোৰিয়াৰ বিকাশৰ পাৰস্পৰিক পথ অন্বেষণঃ এডভাণ্টেজ অসম ২.০ৰ জৰিয়তে শক্তিশালী অংশীদাৰিত্ব বৃদ্ধি কৰাদক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰে কেইবাখনো বৈঠকত অধ্যক্ষতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ প্ৰাকমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ দ্বিতীয় দিনা আজি দক্ষিণ কোৰিয়াৰ

    READ MORE
  • জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

    জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ0

    যোৰহাট, ১০ জানুৱাৰীঃ জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে আজি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ে দীর্ঘদিনীয়া গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা এই জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে কৃষকৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে প্ৰমেক টেকনলজিচ এণ্ড ছাৰ্ভিচেজৰ সৈতে চুক্তিবদ্ধ হয়। এই চুক্তিৰ জৰিয়তে জীৱাণুসাৰ আৰু জৈৱিক কীটনাশকৰ নিৰ্বাচিত

    READ MORE
  • XOBDO.ORG-ৰ ২০২৫ চনৰ বাৰ্ষিক সভা সম্পন্ন

    XOBDO.ORG-ৰ ২০২৫ চনৰ বাৰ্ষিক সভা সম্পন্ন0

    গুৱাহাটী, ১০ জানুৱাৰীঃ স্বেচ্ছাসেৱী অনুষ্ঠান XOBDO.ORG ৰ বাৰ্ষিক সভাখন ৮ জানুৱাৰীত গুগল মিটৰ জৰিয়তে অনলাইনত অনুষ্ঠিত হয়। এই সভাখনত অনুষ্ঠানটোৰ মূল সদস্যসকলে উল্লেখযোগ্য কৃতিত্ব আৰু ভৱিষ্যতৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ সভাখনত ছ’চাইটি পঞ্জীয়ন আইনৰ অধীনত XOBDO.ORGৰ পঞ্জীয়ন নবীকৰণৰ কথা ঘোষণা কৰি আশা প্রকাশ কৰে যে এই পঞ্জীয়নে কাৰ্যকৰী বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব।

    READ MORE

Latest Posts

Top Authors

error: Content is protected !!