নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 17, 2023

যোৰহাট, ৪ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ত আজি ১৬ সংখ্যক ইণ্ডো জাপানিজ ডায়েলগ অনুষ্ঠিত হয়। ভাৰতত অৰ্থনৈতিক উন্নয়ন শীৰ্ষক বিষয়ত বিশেষভাৱে আলোচনা হোৱা এই আলোচনাত কেইবাজনো জাপানী কৃষি বিজ্ঞানী আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ব’ৰ্ড ৰূমত আয়োজিত উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু
READ MORE
যোৰহাট, ৩ মাৰ্চঃ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত আজিৰে পৰা ‘বাগিচা শস্যৰ জৰিয়তে উদ্যোগীকৰণ বিকাশ’ শীৰ্ষক সৰ্বভাৰতীয় পৰ্যায়ৰ দহদিনীয়া চমু পাঠ্যক্ৰম আৰম্ভ হৈছে। নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কৃষি শিক্ষা বিভাগৰ পৃষ্ঠপোষকতাত ৩-১২ মাৰ্চলৈকে হ’বলগীয়া এই পাঠ্যক্ৰমত কৰ্ণাটক, মধ্যপ্ৰদেশ, মেঘালয়, গুজৰাট আৰু অসমৰ
READ MORE
উমা কান্ত বৰা সৃষ্টিৰ পাতনিৰ পৰাই প্রকৃতি আৰু প্ৰাকৃতিৰ সম্পদ, জীৱ-জন্তু, চৰাই-চিৰিকতি, পশু-পক্ষী এই প্রকৃতিৰ বদান্যতাৰ বাবেই প্রকৃতিৰ সৈতে সহবাস কৰি এই ধৰিত্ৰী বাসোপযোগী কৰি চতুস্পদী আৰু দ্বিপদী জন্তুবোৰ জীয়াই থকাৰ সম্বল হিচাপে গ্রহণ কৰি বিনন্দীয়া পৃথিৱী জীৱ কুলৰ বিচৰণ ভূমিলৈ পৰিণত কৰিবলৈ সমর্থ হৈছিল। প্রকৃতিয়েও অকুণ্ঠ চিত্তে দ্বিপদ জন্তু মনুষ্যক বক্ষ বিদাৰি জীৱ কূলৰ
READ MORE
নিউজ ডেস্কঃ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংকৰ অভিযোগৰ তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ SIT। পাকিস্তানৰ নাগৰিক আলী তাকিৰ শ্বেইখৰে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ কেনেধৰনৰ সম্পৰ্ক তাক লৈ তদন্তকাৰী দলটোৱে তথ্য সংগ্ৰহ কৰিব। দিল্লীলৈ আলী তাকিৰ শ্বেইখ আহোঁতে এলিজাবেথৰ লগত কেনেধৰনৰ বাৰ্তালাপ হৈছিল সেয়াও পৰীক্ষা কৰিব তদন্তকাৰী দলটোৱে। লগতে আলী তাকিৰ শ্বেইখৰ NGOই প্ৰকৃততে
READ MORE
প্রসংগঃ এডভাণ্টেজ আছাম ২.০অসমত বিনিয়োগৰ সিদ্ধান্ত আদৰণীয়; ফলাফল পালেহে আশ্বস্ত হ’ব ৰাইজ; থলুৱাৰ সংস্থাপন নিশ্চিত হ’ব লাগিবঃ ছাত্র সন্থা গুৱাহাটী, ২৮ ফেব্ৰুৱাৰীঃ অসমৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি এডভাণ্টেজ আছাম ২.০ত দেশ-বিদেশৰ ভিন্ন ক্ষেত্ৰৰ বিনিয়োগকাৰীসকলে অসমত বিনিয়োগ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনাইছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে অসমৰ
READ MORE
ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাত সমগ্ৰ তেল উদ্যোগৰ অংশগ্ৰহণেৰে যোৱা ১৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা পেট্ৰ’লিয়ামজাত সামগ্ৰী সংৰক্ষণৰ বাবে সজাগতা অনুষ্ঠান ‘সক্ষম ২০২৪-২৫’(সংৰক্ষণ ক্ষমতা মহোৎসৱ)ৰ সামৰণি অনুষ্ঠান আজি গুৱাহাটীত অনুষ্ঠিত হয়। উল্লেখ্য যে, ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাত সমগ্ৰ তেল উদ্যোগৰ অংশগ্ৰহণেৰে প্ৰতি বছৰে এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ’লিয়াম সামগ্ৰীৰ
READ MORE


