
বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেলসামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা-পীযুষ হাজৰীকাৰ বিস্ফোৰক অভিযোগবাংলাদেশী নাগৰিকৰে ভৰি আছে অসম কংগ্ৰেছৰ এগৰাকী নেতাৰ ফেচবুকৰ ফেন ক্লাবঃ মন্ত্ৰী পীযুষ হাজৰীকাভাৰতীয় ভোটাৰক প্ৰভাৱিত কৰাৰ বাবে কংগ্ৰেছে বহিঃৰাষ্ট্ৰৰ শক্তি ব্যৱহাৰ কৰিছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাগৌৰৱ গগৈৰ ফেন ক্লাব পৰিচালিত হয় বাংলাদেশৰ পৰাপ্ৰদ্যুৎ বৰদলৈ আৰু মল্লিকাৰ্জুন খৰ্গেৰ ছ’চিয়েল মিডিয়া
READ MORE
কলোম্বস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তৰ প্ৰশংসনীয় পদক্ষেপ এক ঐতিহাসিক ঘটনা! প্ৰথমবাৰৰ বাবে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত আন্তঃৰাষ্ট্ৰীয় ভাষাত অনুবাদ কৰাৰ লগতে তাক পৰিৱেশনৰ ব্যৱস্থা কৰা হয়। কলোম্বস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকুৰণ দত্তৰ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত শংকৰদেৱৰ ‘নাৰায়ণ কাহে ভকতি কৰো তেৰা’ বৰগীতটি সিংহলী
READ MORE
সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই অহোপুৰুষাৰ্থ কৰিছিলঃ ৰাষ্ট্ৰপতি আজি প্ৰদান কৰা হয় ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা ‘বিৰুবালা- উইটচ টু পদ্মশ্ৰী’-ৰ বাবে তথ্যচিত্ৰ নিৰ্মাতা অভিনেত্ৰী আইমী বৰুৱাই আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মু্ৰ্মু হাতৰ পৰা বঁটা গ্ৰহণ কৰে। সমাজৰ
READ MORE
‘তেওঁলোকৰ নিজৰে জিকাৰ ঠিক নাই, ক’ত চৰকাৰ হ’ব?’‘কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই’‘আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা’কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই। প্ৰথম কথা হ’ল তেওঁলোকৰ চৰকাৰ হ’ব লাগিব, তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ’ব পাৰিব। কংগ্ৰেছে এনেকুৱা আকাশত চাং পতাৰ
READ MORE
‘কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলৰ বাবে কঠিন পৰিস্থিতি আছিল, যথেষ্ট কেলেংকাৰি হৈছিল, টকাৰ বিনিময়ত চাকৰি হৈছিল’মৰিগাঁও জিলাৰ আঁহতগুৰিত ৰসৰাজ কোচিং চেণ্টাৰ মুকলি কৰি মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন চৰকাৰখনৰ দিনত কোনেও এক টকা এটা চাকৰিৰ কাৰণে দিব নালাগে। তৃতীয়-চতুৰ্থ বৰ্গৰ কথাতো বাদেই, APSC চাকৰিৰ কাৰণেও এটকা এটাও দিব
READ MORE
অসমত জল জীৱন মিছনৰ ইতিবাচক অগ্রগতিক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ কিছু বিভ্রান্তিকৰ তথ্য সাম্প্ৰতিক সময়ত প্ৰচাৰ কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। এইক্ষেত্ৰত যোৱা ৩ অক্টোবৰ, ২০২৪ তাৰিখে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা অসমত জল জীৱন মিছনৰ অস্থায়ী স্থগিতাদেশ আৰু মিছনৰ অধীনত ৰূপায়িত আঁচনিৰ গুণাগুণ পৰীক্ষা সন্দৰ্ভত জাৰী কৰা বিভাগীয় পত্ৰ নম্বৰ ৫৫৫৫১৯/২ ক লক্ষ্য কৰি
READ MORE


