
‘এখন ৰাজ্যই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ঋণ ল’ব পাৰে’‘কিন্তু অসমৰ ঋণৰ পৰিমাণ মুঠ জিএছডিপিৰ ২৪ শতাংশৰ ভিতৰতে আছে’‘এফআৰবিএম (FRBM) আইন অনুসৰি অসম চৰকাৰে ঋণ লৈছে’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্য চৰকাৰ গভীৰ বিত্তীয় বিশৃংখলতাত ভাৰাক্ৰান্ত বুলি কৰা মন্তব্য সন্দৰ্ভত আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্তি
READ MORE
জাগীৰোড সমজিলা আনুষ্ঠানিকভাৱে মুকলি মন্ত্ৰী পীযুষ হাজৰীকাৰজাগীৰোডক সমজিলাৰ মান্যতা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ মন্ত্ৰীগৰাকীৰ আজি জাগীৰোডৰ কাৰণে এটা ভাল খবৰ। অকল জাগীৰোডৰ কাৰণেই নহয়, সমগ্ৰ অসমৰ কাৰণে এটা ভাল খবৰ। এতিয়ালৈ অসমত সৰ্বমুঠ ৩৯ খন সমজিলা গঠন কৰা হ’ল। এই ভাল কামটো কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। –
READ MORE
বিশ্বনাথৰ বিহালী আৰু শোণিতপুৰৰ নদুৱাৰ সমজিলা উদ্ঘাটন মন্ত্ৰী পীযুষ হাজৰীকাৰপ্ৰতিশ্ৰুতি দিয়া অনুসৰি আখৰে আখৰে কাম কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে আজি মই অত্যন্ত গৌৰৱাম্বিত: পীযুষ হাজৰীকা“বৰ্তমানৰ চৰকাৰখনে চৰকাৰী ব্যৱস্থাটোক সাধাৰণ মানুহৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে” দিছপুৰ, ৪ অক্টোবৰ: অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ
READ MORE
‘স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰাৰ পিছত অসমত আমি ৪৬ লাখ শৌচাগাৰ নিৰ্মাণ কৰিছো’কাজিৰঙাৰ কঁহৰাত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা কাজিৰঙাৰ কঁহৰাত আজি ‘স্বচ্ছতাই সেৱা ২০২৪’-ৰ সামৰণি অনুষ্ঠানৰ লগতে ‘স্বচ্ছ ভাৰত দিৱস’ৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠান অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী জয়ন্ত
READ MORE
গুৱাহাটী, ২ অক্টোবৰঃ অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাসক সভা আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত সভাত অসমৰ খেলুৱৈৰ উন্নত প্ৰশিক্ষণ তথা মল্লযুঁজৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে কেবাটাও সিদ্ধান্ত লোৱা হয়৷ আজিৰ সভাতে অহা ১৮-২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাখন আয়োজন কৰাৰ সিদ্ধান্ত
READ MORE
মন্ত্ৰী পীযুষ হাজৰীকাসহ ১১ বিধায়কৰ অংশগ্ৰহণছেমি কণ্ডাক্টৰ উদ্যোগৰ বিৰুদ্ধে কংগ্ৰেছে কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল হাজাৰ হাজাৰ জনতা কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা মন্ত্ৰী প্ৰিয়ংক খৰ্গেই আগবঢ়োৱা অসম বিদ্বেষী মন্তব্যৰ বিৰোধিতাৰে আজি জাগীৰোডত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত জাগীৰোড গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা এই সমদলে সমগ্ৰ জাগীৰোড চহৰ পৰিভ্ৰমণ কৰি
READ MORE


