নিউজ ডেস্ক,২০ মে‘ঃ মহাকাশত বিয়া পাতিব বিচাৰে নেকি আপুনি। এতিয়াৰে পৰা মন কৰিলে মহাকাশতো পাতিব পাৰিব বিয়া। ১ কোটি টকা দিলেই মহাকাশত হব আপোনাৰ বিয়া । পৃথিৱীৰ পৰা এক লাখ ফুট ওপৰত হব বিয়া। স্পেচ পাৰ্চপেক্টিভ নামেৰে পৰিচিত কোম্পানীটোৱে ঘোষণা কৰিছে মহাকাশতো হব পাৰিব বিয়া। ২০২৪ চনত মুকলি হব বিমান খন । ইতিমধ্যে বিক্ৰী হৈছে
নিউজ ডেস্ক,২০ মে‘ঃ মহাকাশত বিয়া পাতিব বিচাৰে নেকি আপুনি। এতিয়াৰে পৰা মন কৰিলে মহাকাশতো পাতিব পাৰিব বিয়া। ১ কোটি টকা দিলেই মহাকাশত হব আপোনাৰ বিয়া । পৃথিৱীৰ পৰা এক লাখ ফুট ওপৰত হব বিয়া। স্পেচ পাৰ্চপেক্টিভ নামেৰে পৰিচিত কোম্পানীটোৱে ঘোষণা কৰিছে মহাকাশতো হব পাৰিব বিয়া। ২০২৪ চনত মুকলি হব বিমান খন । ইতিমধ্যে বিক্ৰী হৈছে ১০০০ ইয়াৰ টিকট । ছয় ঘণ্টা কটাব পাৰিব মহাকাশ বিমান খনত। স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব নৱবিবাহিতসকলক মহাকাশ বিমান খনে। মহাকাশ বিমান খনৰ কেপচুলটো লিফ্ট অফৰ পৰা স্প্লেচডাউনলৈকে সমগ্ৰ যাত্ৰাটো সুৰক্ষিত হৈ থাকিব। মহাকাশ বিমান খন হব আৰামদায়ক, নিৰাপদ। মহাকাশ বিমান খনত থাকিব আঠজন যাত্ৰী আৰু এজন পাইলট।
Leave a Comment
Your email address will not be published. Required fields are marked with *