728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

৯ মে’ৰ পিছত দাখিল কৰা কোনো গোচৰতে ইমৰান খানক গ্ৰেপ্তাৰ কৰিব নোৱাৰিবঃ IHC

ডিজিটেল ডেস্কঃ ইছলামবাদ উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে শুকুৰবাৰে ৯ মে’ৰ পিছত দাখিল কৰা কোনো গোচৰতে পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰান খানক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে বুলি ছামা টিভি আৰু এ আৰ ৱাই নিউজে প্ৰকাশ কৰিছে। আল-কাদিৰ ট্ৰাষ্টৰ গোচৰতো আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক দুসপ্তাহৰ বাবে জামিন প্ৰদান কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos