নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ভুৱা তথ্যৰে অনুসূচিত জাতিৰ সংৰক্ষিত পদত চাকৰি কৰাৰ গুৰুতৰ অভিযোগ
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 17, 2023

জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰএখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া, ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধাকেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়েBNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষীদেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয়, তেন্তে আদালতলৈ গোচৰটো নিবলৈ প্ৰয়োজন হয় BNSSৰ ধাৰা ২০৮ত
READ MORE
প্ৰয়োজনীয় বিভাগীয় অনুমতি নোহোৱাকৈ বিদেশ ভ্ৰমণ কৰি ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ লোৱা কৰ্মচাৰীগৰাকীক ইতিমধ্যেই নিলম্বন কৰা হৈছে আৰু এই ক্ষেত্ৰত বিভাগীয় তদন্ত চলি আছেঃ মন্ত্ৰী হাজৰীকা“এজন কৰ্মচাৰীয়ে বিভাগীয় অনুমতি নথকাকৈ বিদেশ ভ্ৰমণ কৰা প্ৰসংগৰে গোটেই বিভাগটোৰ হাজাৰ হাজাৰ নিষ্ঠবান কৰ্মচাৰীৰ দায়িত্ববোধ আৰু আচৰণৰ মানদণ্ডৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাটো জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা বিৰোধী দলপতি
READ MORE
অসমত সংখ্যালঘুত পৰিণত হোৱাৰ দিশত হিন্দুঅনুপ্ৰৱেশ আৰু জনসংখ্যা বিস্ফোৰণৰ ভয়ংকৰ প্ৰভাৱ অসমৰ জনগাঁথনিগত পৰিৱৰ্তনে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ অনুপ্ৰৱেশ, সামাজিক-অৰ্থনৈতিক বৈষম্য আৰু ৰাজনৈতিক স্বাৰ্থৰ লগত জড়িত এক দীৰ্ঘ প্ৰক্ৰিয়াই আজিৰ অসমক এক গভীৰ সংকটৰ দিশে ঠেলি দিছে। অনুপ্ৰৱেশৰ ফলত তথা সেই অনুপ্ৰৱেশকাৰীক ৰাজনৈতিক অংকৰ বাবে অসমৰ ভূমিত ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এতিয়া ভয়ংকৰ বিপদৰ
READ MORE
যোৰহাট, ১১ অক্টোবৰঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি পি এম ধন-ধন্য কৃষি যোজনা আৰু মাহ জাতীয় শস্যৰ দ্বাৰা আত্মনিৰ্ভৰশীলতা অভিযানৰ শুভাৰম্ভ কৰাৰ লগতে কৃষি আন্তঃগাঁথনি পুঁজি, পশুপালন, মীন আৰু খাদ্য সংসাধন খণ্ডৰ ২১০০ ৰো অধিক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নতুন দিল্লীৰ পুছাৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সত এই কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়তো
READ MORE
🔹কৈবৰ্ত সম্প্ৰদায়কলৈ NSUIৰ তাচ্ছিল্যসূচক মন্তব্য🔹“জুবিনক লৈ ৰাজনীতি নকৰিবলৈ” কোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাক অপমান🔹অনুসূচিত জাতিৰ হোৱাৰ বাবেই পীযুষ হাজৰীকাক অপমান কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোকত ম্ৰিয়মান হৈ থকাৰ থকা সময়তে কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIয়ে আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতি। অসমৰ কৈবৰ্ত্য সম্প্ৰদায়ক তুচ্ছ-তাচ্ছিল্য কৰিছে ছাত্ৰ সংগঠনটোৱে৷ একমাত্ৰ অনুসূচিত জাতিৰ
READ MORE
জুবিন দাৰ গান শুনি শুনিয়েই আমি যৌৱন পাৰ কৰিছো জুবিন দা আৰু গৰিমা বৌৰ সৈতে আমাৰ ব্যক্তিগত সম্পর্ক আছিল। খুবেই ভাল সম্পৰ্ক আছিল৷ অত্যন্ত দুখত আছো৷ জুবিন দাৰ গান শুনি শুনিয়েই আমি যৌৱন পাৰ কৰিছো। জুবিনৰ গান শুনি শুনিয়েই মই মানুহ হৈছো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷ জুবিন গাৰ্গক হেৰুৱাই মর্মাহত হৈ পৰিছে মন্ত্রী পীযুষ
READ MORE


