
উমা কান্ত বৰা সৃষ্টিৰ পাতনিৰ পৰাই প্রকৃতি আৰু প্ৰাকৃতিৰ সম্পদ, জীৱ-জন্তু, চৰাই-চিৰিকতি, পশু-পক্ষী এই প্রকৃতিৰ বদান্যতাৰ বাবেই প্রকৃতিৰ সৈতে সহবাস কৰি এই ধৰিত্ৰী বাসোপযোগী কৰি চতুস্পদী আৰু দ্বিপদী জন্তুবোৰ জীয়াই থকাৰ সম্বল হিচাপে গ্রহণ কৰি বিনন্দীয়া পৃথিৱী জীৱ কুলৰ বিচৰণ ভূমিলৈ পৰিণত কৰিবলৈ সমর্থ হৈছিল। প্রকৃতিয়েও অকুণ্ঠ চিত্তে দ্বিপদ জন্তু মনুষ্যক বক্ষ বিদাৰি জীৱ কূলৰ
READ MORE
বঙাইগাঁও, ১০ ডিচেম্বৰঃ ‘অসম কাব্য কানন’ৰ সপ্তম বার্ষিক অধিৱেশন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। ইয়াৰ পিছত বন্তি প্রজ্বালন কৰে অধিৱেশনৰ অভ্যর্থনা সমিতিৰ সম্পাদক পৱিত্র কুমাৰ নাথ, কার্যকৰী সদস্য ভূমিকা দাস, যামিনী দেৱী আৰু লাৱণ্য নাথে। স্মৃতি তর্পণ কৰে
READ MORE
২০২৪ বৰ্ষৰ বাবে দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ঘোষণা কৰা হৈছে। বিশিষ্ট লেখক-গৱেষক ড০ ৰুমী নাথ তেওঁৰ ‘অসমীয়া মানঃ মানৰ দেশৰ পৰা অসম দেশলৈ’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনৰ বাবে এই বঁটাৰ বাবে বিবেচিত হৈছে। গোৱালপাৰা জিলাৰ দুধনৈৰ বাসিন্দা ড০ ৰুমী নাথে ইতিমধ্যে লোক-সংস্কৃতি বিষয়ক ভালেখিনি গৱেষণামূলক কাম কৰিছে আৰু লোক-সাহিত্য, সংস্কৃতি বিষয়ক গৱেষণামূলক গ্ৰন্থ তথা লেখনিৰে
READ MORE
‘অঁ, কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে অম্লান দেউৰীলৈ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা গুৱাহাটী, ১৪ নৱেম্বৰঃ ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত চৰকাৰী পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত চতুৰ্থ বর্ষৰ বাবে আয়োজিত ৪০ বছৰৰ অনুৰ্ধৰ কবিৰ ৪০ টা কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰি ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা ২০২৪’ এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান কবি অম্লান
READ MORE
যুৱ-অভিনেতা ৰূপজিৎ কলিতাক ‘লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা প্রদান দেৱবাদ্যৰ শব্দ, দোহাৰ, ভাওনাৰ বচনৰে মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ। শনিবাৰে মঞ্চস্থ হ’ল কুর্ম অৱতাৰ শীৰ্ষক এখন ভাওনা। সমাজ সচেতক এগৰাকী ব্যক্তি তথা সাংস্কৃতিক কর্মী প্রয়াত লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত তেওঁৰ পৰিবাৰ নিবেদিতা হাজৰিকা আৰু পৰিয়ালবর্গৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ
READ MORE
নিউজ ডেস্কঃ ভাষা-সাহিত্য-সংস্কৃতি আৰু সামাজিক সেৱাত উৎসৰ্গিত বেচৰকাৰী পঞ্জীয়নভুক্ত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত শিশুৰ উৎকৰ্ষ সাধনৰ বাবে ঘোঁৰামাৰাৰ আলোক সন্ধানী অকণিৰ মেলৰ অকণিহঁতৰ মাজত ২৭ আৰু ২৮ মাৰ্চত দুদিনীয়াকৈ হস্তকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰথমদিনা পুৰণি বাতৰি কাগজেৰে সামগ্ৰী বনাবলৈ শিকোৱা হয় আৰু দ্বিতীয় দিনা এম্ব্ৰডায়েৰীৰ প্ৰাৰম্ভিক পাঠ শিকোৱা হয়। পৰ্যায়ক্ৰমে পিছৰ দেওবাৰবোৰত
READ MORE


