
🔹অসম চৰকাৰে শীঘ্ৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি🔹সাজু হৈ আছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেল শীঘ্ৰে অসম চৰকাৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি। আজি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেলটো সাজু হৈ আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ এইকেইদিন বিটিআৰত গৈ থকাৰ বাবে সংবাদমেল আয়োজন
READ MORE
জাগীৰোড মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানৰ পৰা আৰম্ভ কৰে। ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী
READ MORE
🔹গান্ধীজীৰ জীৱনাদৰ্শ অনুসৰণ কৰি সকলোকে শান্তি-অহিংসাৰ পথেৰে আগবাঢ়ি যাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ গোৱালপাৰা চহৰত গোৱালপাৰা পৌৰসভাই স্থাপন কৰা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি আজি মন্ত্ৰী পীযুষ হাজৰীকাই উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে সতীৰ্থ মন্ত্ৰী বিমল বড়াৰ সৈতে আজি গোৱালপাৰাত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি উৎফুল্লিত হৈ পৰে। মহামানৱ মহাত্মা গান্ধী আছিল শান্তি, অহিংসাৰ প্ৰতীকস্বৰূপ। এইগৰাকী
READ MORE
▶️অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবীত ১৫ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ জোঁৰ সমদল▶️মিঞাক উজনি অসম শীঘ্ৰে ত্যাগ কৰিবলৈ সকীয়নি দল-সংগঠনৰ▶️চৰকাৰৰ উচ্ছেদৰ পদক্ষেপক আদৰণি দল-সংগঠনৰ শিৱসাগৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ওলাই আহিল কেবাটাও জাতীয় দল-সংগঠন৷ আহ ঐ আহ, ওলাই আহ, এই জুই জ্বলিছে জ্বলিবই, খেদ ঐ খেদ, বিদেশীক খেদ, বাংলাদেশী গ’ বেগ, মিঞা হুচিয়াৰ, অসমৰ পৰা বিদেশী মুক্ত হ’বই লাগিব,
READ MORE
দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ বিষয়টোক লৈ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পিষ্টলৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তত সন্মতি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ জৰুৰী। খিলঞ্জীয়া মানুহক যাতে সন্দেহজনক মানুহে অত্যাচাৰ কৰিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী
READ MORE
১১৪ গৰাকী অনুসূচিত জাতিৰ প্ৰশিক্ষাৰ্থীসহ মুঠ ২৩৩ গৰাকী প্ৰশিক্ষাৰ্থীলৈ দেশ-বিদেশৰ প্ৰতিষ্ঠানৰ পৰা নিযুক্তিৰ প্ৰস্তাৱ নিউজ ডেস্কঃ সামাজিক ন্যায় আৰু সবলীকৰণ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত অসম দক্ষতা বিকাশ অভিযানৰ অধীনত উত্তৰ-পূৱ দক্ষতা কেন্দ্ৰত প্ৰশিক্ষণ লাভ কৰা ২৩৩ গৰাকী শিক্ষাৰ্থীক বিভিন্ন প্ৰতিষ্ঠানৰ পৰা
READ MORE


