অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি পৰ্যালোচনা সভা, দেশৰ চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৱেষক বিজ্ঞানীৰ অংশগ্ৰহণ
- দেশ, মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- June 3, 2023

নিউজ ডেস্ক,২৫ জুনঃ পশ্চিম বংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। পশ্চিম বংগৰ বাংকুড়াত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত লাইনচ্যুত ১২টাকৈ ডবা। ওন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। তথ্য অনুসৰি আজি পুৱা সংঘটিত হয় ঘটনাটো। ষ্টেচনত ৰৈ থকা এখন ৰে’লক আন এখন চলন্ত ৰে’লে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। আহত হয় দুয়োখন ৰে’লৰ
READ MORE
নিউজ ডেস্ক,২৩ জুনঃ হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ আতিথ্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে আয়োজন কৰা ৰাজ্যিক নৈশভোজন প্ৰধানমন্ত্ৰীৰ। ৰাজ্যিক নৈশভোজত উপস্থিত থাকে উদ্যোগপতি মুকেশ আম্বানী আৰু আনন্দ মহিন্দ্ৰা।আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ শেষৰ দিনটোত জো বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনৰ নিমন্ত্ৰণ ৰক্ষা কৰি একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জো বিডেন আৰু ফাৰ্ষ্ট
READ MORE
নিউজ ডেস্ক,২৩ জুনঃ ৰঙৰ উৎসৱ ফাকুৱা নিষিদ্ধ কৰিলে উচ্চ শিক্ষা আয়োগে। পাকিস্তানৰ বিশ্ববিদ্যালয় সমূহত উদযাপন কৰিব নোৱাৰিব ফাকুৱা। পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে ৰঙৰ উৎসৱ বিশ্ববিদ্যালয় সমূহত উদযাপন নিষিদ্ধ কৰিছে। ১২ জুনত কায়েদ-ই-আজম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে চৌহদত ফাকুৱা উদযাপন কৰাৰ কেইদিনমান পিছত পাকিস্তানৰ উচ্চ শিক্ষা আয়োগে নিৰ্দেশনা জাৰি কৰিছে। জাননী খনত উচ্চ শিক্ষা আয়োগে উল্লেখ কৰে এনে
READ MORE
নিউজ ডেস্ক,২২ জুনঃ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীয়ে সলনি কৰিব লিংগ। ছাৰ্জাৰীৰ জৰিয়তে মহিলাৰ পৰা হ’ব পুৰুষ। ঘোষণা কৰিলে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই । অস্ত্ৰোপচাৰৰ আগতে আইনী পদক্ষেপ লব আৰম্ভ কৰিছে সুচেতনা ভট্টাচাৰ্যই । শেহতীয়াকৈ LGBTQ কৰ্মশালাত অংশগ্ৰহণ কৰি জনাই সুচেতনাই। তাই নিজকে এজন “ট্ৰেন্সমেন” বুলিও ঘোষণা কৰিছে আৰু তাইৰ অস্ত্ৰোপচাৰৰ পিছত
READ MORE
নিউজ ডেস্ক, ২১ জুনঃ পুনেত সংঘটিত হৈছে ভয়ানক হত্যাকাণ্ডৰ ঘটনা। ডাঃ দিভেকাৰে আত্মহত্যা কৰাৰ পূৰ্বে পত্নী আৰু দুই সন্তানক হত্যা। পুনে জিলাৰ দৌণ্ড তহচিলত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনাটো। ৪২ বছৰীয়া অতুল দিভেকাৰ তেওঁৰ পত্নী আৰু দুই সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাথমিক তথ্য অনুসৰি ডাঃ দিভেকাৰে প্ৰথমে তেওঁৰ পত্নীক ঘৰত হানি খুচি হত্যা কৰি
READ MORE
নিউজ ডেস্ক, ২১ জুনঃ আজি ২১ জুন আন্তৰ্জাতিক যোগ দিৱস। আন্তৰ্জাতিক যোগ দিৱস প্ৰতি বছৰে ২১ জুনত পালন কৰা হয়। যোগ দিৱসৰ উদ্দেশ্য হৈছে যোগৰ লাভালাভৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। এই বছৰৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে চিহ্নিত কৰা হৈছে। ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৬৯ তম অধিৱেশনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ
READ MORE


