
ডিজিটেল ডেস্কঃ ছুপাৰ ছানডে! কাইলৈ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। আগ্ৰহেৰে অপেক্ষা ক্ৰিকেটপ্ৰেমীৰ। মুখামুখি হ’ব দুই মহাশক্তি- ভাৰত বনাম অষ্টেলিয়া। মাজত কেইটামান ঘণ্টা। কাইলৈ অৰ্থাত দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল মেচ। ২০০৩ৰ বিশ্বকাপৰ পিছত ২০২৩। সুদীৰ্ঘ দুটা দশকৰ অন্তত এদিনীয়া বিশ্বকাপৰ মঞ্চত সমুখ সমৰত নামিব ভাৰত বনাম অষ্ট্ৰেলিয়া। অনুশীলত ব্যস্ত দলৰ প্ৰতিগৰাকী খেলুৱৈ। ১ লাখ ৩০
READ MORE
নিউজ ডেস্কঃ গুৱাহাটী টেনিছ সন্থাৰ উদ্যোগত অহা ২৬ নৱেম্বৰ, দেওবাৰে মহানগৰীৰ উজানবজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ ২ বজাৰ পৰা ষষ্ঠ বার্ষিক পুলিন দাস সোঁৱৰণী মুকলি প্ৰাইজমানি কুইজ প্রতিযোগিতাখন অনুষ্ঠিত হ’ব। সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ শৰ্মাই জানিবলৈ দিয়া মতে কুইজ প্রতিযোগিতাখনৰ প্ৰাৰম্ভিক আৰু নিৰ্বাচিত ৰাউণ্ড উক্ত দিনাই দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতাৰ প্ৰথম,
READ MORE
নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত আজি প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক এটা নতুন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত সাঁতোৰবিদগৰাকীয়ে অলপতে ইংলিছ চেনেল ইপাৰ-সিপাৰ সাঁতুৰি কৰা অভিলেখৰ অভিজ্ঞতাৰ লগতে তেওঁৰ বিভিন্ন ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে আঢ়ৈ বছৰ বয়সতে গুৱাহাটীৰ দীঘলীপুখুৰী
READ MORE
নিউজ ডেস্ক, ৪ জুনঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। ৰাজ্যৰ ২৫খন জিলাৰ ছিনিয়ৰ পৰ্যায়ৰ পুৰুষ-মহিলা উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৫০তকৈ অধিক এথলীটে অংশগ্ৰহণ কৰে। পুৱা ১০০০০মিটাৰ দৌৰেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ
READ MORE
নিউজ ডেস্ক, ৩ জুনঃ বিশ্ব চাইকেল দিৱস উপলক্ষে কটন চাইক্লিং কমিউনিটি, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা (চি ইউ এছ ইউ) আৰু কটন বিশ্ববিদ্যালয়ৰ এন এছ এছ ইউনিটৰ যৌথ উদ্যোগত আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ সহযোগত আয়োজিত চাইকেল ৰেলীৰ আজি ফ্লেগ অফ কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। পুৱা ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা
READ MORE
নিউজ ডেস্ক,১৩ মে‘: প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ ফটো, কণ্ঠ ব্যৱহাৰ কৰি দুষ্ট চক্ৰৰ ভুৱা বিজ্ঞাপন। ছ’চিয়েল মিডিয়াৰ দ্বাৰা বহু লোকক প্ৰতাৰণা দুষ্ট চক্ৰৰ। মুম্বাইৰ ক্ৰাইম বাঞ্চত ক্ৰিকেটাৰ গৰাকীয়ে দাখিল কৰিছে এজাহাৰ।
READ MORE