অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 5, 2023

সৰুপথাৰ মহাবিদ্যালয়ত আৰম্ভ হ’ব ‘চাহ খেতিৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম’ যোৰহাট, ২৫ জুনঃ চাহ খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া পদক্ষেপৰ অংশ হিচাপে আজি বিশ্ববিদ্যালয়ে সৰুপথাৰ মহাবিদ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে সৰুপথাৰ মহাবিদ্যালযয়ে আৰম্ভ কৰিবলৈ লোৱা ‘চাহ খেতিৰ এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম’ত অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰয়োজনীয় দিহা
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুনঃ নগাঁও জিলাৰ ইতিহাস বিজড়িত জামুগুৰিৰ ৩৫৩ বছৰীয়া প্ৰাচীন সাৰ্ব্বজনীন গৰখীয়া থানখনি আজিও স্ব-মহিমা আৰু স্ব-গৰিমাৰে উজ্জীৱিত হৈ আছে ৷ ঐতিহাসিক এই থানখনিত প্ৰতি বছৰে উদ্যাপিত হৈ অহা বাৰ্ষিক অনুষ্ঠান ’গৰখীয়া সবাহ আৰু শৰাইৰ এদিন’ উৎসৱভাগ পূৰ্বৰ দৰেই এইবাৰো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰা হৈছে ৷ সেই উদ্দেশ্য থানঘৰৰ
READ MORE
চাপৰঃ পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্য আগত ৰাখি উপাৰ্জন কৰাৰ লক্ষ্যৰে কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰৰ খেৰডুবিৰ আসাদ আলী(৪২) আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলা (৩২) নামৰ যুৱক দুজন পুনৰায় উভতি নাহিল নিজ ঘৰলৈ। যুৱক দুজনৰ বিপৰীতে আজি আহি পালে যুৱকদ্বয়ৰ নশ্বৰদেহ। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।উল্লেখ্য যে যোৱা
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ জুনঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুং গাঁৱত বৃহস্পতিবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয় ৷ ভোমোৰাগুৰি লালুং গাঁৱৰ গুৰুদেৱ পুথিভঁৰালৰ সন্মুখত লালুংগাঁও উদীয়মান যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে দিনৰ ভাগত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন, চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ আৰু বিষ্ণুপ্ৰসাদ ৰাভা
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুনঃ নগাঁও জিলাৰ অতিকৈ পুৰণি ১৯৪৫ চনত স্থাপিত ধিং আঠগাঁৱৰ প্ৰগতি পুথিভঁৰাল আৰু নাট্য সমিতিৰ শিশু অনুষ্ঠান প্ৰগতি মইনা পাৰিজাতৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস আৰু শেৱালি কবি ৰত্নকান্ত বৰকাকতিৰ জন্ম জয়ন্তী উদযাপন কৰা হয় । গীত-মাত, কথা-কবিতাৰে কলাগুৰু আৰু শেৱালি কবিজনাক স্মৰণ কৰা উক্ত অনুষ্ঠানটোত কণ কণ মইনাসকলে জীপাল কৰি
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুনঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিজ্ঞানী ড° গোবিন চন্দ্র বৰালৈ কৃষি বিজ্ঞানৰ শিক্ষা আৰু গবেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট বৰঙনিৰ বাবে নেপাল কৃষি আৰু বন বিজ্ঞান বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় সন্মিলনত ‘জীবন জোৰা সাধনা বটা’ প্ৰদান কৰা হয় ৷ ভাৰত, নেপাল, আমেৰিকা, ইন্দোনেচিয়া আদি ভালেমান দেশৰ বিজ্ঞানী, অধ্যাপক আৰু কৃষি বিশেষজ্ঞই
READ MORE


