অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি পৰ্যালোচনা সভা, দেশৰ চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৱেষক বিজ্ঞানীৰ অংশগ্ৰহণ
- দেশ, মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- June 3, 2023

নিউজ ডেস্ক,১৬ জুনঃ পুনৰ গুলীয়াগুলী । অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰৰ কুপৱাড়া জিলা। সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ নিহত হয় ৫ জন সন্ত্ৰাসবাদী। কুপৱাড়া জিলাত সন্ত্ৰাসবাদীৰ খবৰ পাই সেনাই চলাইছিল অভিযান। সেনাৰ গুলীত নিহত হয় ৫ জন পাকিস্তানী সন্ত্ৰাসবাদী। সমগ্ৰ এলেকা ঘেৰি ৰাখিছিল সেনাই। দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীয়ে বাহৰ পাতিছিল কুপৱাড়া জিলাত। বৰ্তমানেও অব্যাহত আছে কুপৱাড়াত
READ MORE
নিউজ ডেস্ক,১৪ জুনঃ অষ্ট্ৰিয়াত অনুষ্ঠিত হৈছে যমজ সমাৱেশ। তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে যমজ সমাৱেশ। সমগ্ৰ পৃথিৱীৰ যমজ সন্তানে আজি অষ্ট্ৰিয়াত আন্তৰ্জাতিক সমাৱেশত একত্ৰিত হয়। ব্ৰাউনাউত অনুষ্ঠিত দিনটো উদযাপন কৰিবলৈ শ শ যমজ উপস্থিত হয়। দেখিবলৈ একে যদিও তাত উপস্থিত থকা সকলোৰে বয়স ভিন্ন। কোনোবা কাৰোবাৰ ভগ্নী আৰু কোনোবা কাৰোবাৰ ভাতৃ। এই কাৰ্যসূচীৰ নাম ৰখা হৈছে THREE
READ MORE
নিউজ ডেস্ক,১৪ জুনঃ ভয়ংকৰ নাও দুৰ্ঘটনা। নাইজেৰিয়াত সংঘটিত হৈছে নাও দুৰ্ঘটনাৰ ঘটনা। দুৰ্ঘটনাত মৃত্যু ১০০ তকৈ অধিক যাত্ৰীৰ। দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল প্ৰায় ৩০০ যাত্ৰী। এখন বিবাহৰ অতিথি আছিল নাওখনত। উত্তৰ নাইজেৰিয়াৰ পৰা এখন বিয়া খাই আহোতে সংঘটিত হয় দুৰ্ঘটনাটি। বৰষুণৰ ফলত ৰাস্তাত বানপানী হোৱাৰ পিছত স্থানীয়ভাৱে নিৰ্মিত নাওখনত যাব লগা হৈছিল মৃত যাত্ৰীসকল। ইতিমধ্যে আৰক্ষীয়ে
READ MORE
নিউজ ডেস্ক,১৪ জুনঃ আজি বিশ্ব ৰক্ত দান দিৱস। প্ৰত্যেক বছৰে ১৪ জুনত বিশ্ব ৰক্ত দান দিৱস হিচাপে পালন কৰা হয়। সুৰক্ষিত তেজৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ ই এটা বিশ্বব্যাপী পদক্ষেপ। ৰক্তদান হৈছে এক জীৱন ৰক্ষাকাৰী উপহাৰ । ৰক্তদান কৰাটো এটা সৰল প্ৰক্ৰিয়া যি কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে। ৰক্তদানে কেৱল প্ৰাপ্তকৰ্তাক সহায় নকৰে কিন্তু
READ MORE
নিউজ ডেস্ক,১২ জুনঃ উত্তৰ প্ৰদেশত সংঘটিত হৈছে আশ্চৰ্যকৰ ঘটনা। অনলাইন গেমিঙৰ জৰিয়তে কিশোৰসকলক ধৰ্মান্তৰিত কৰণ। উত্তৰ প্ৰদেশ আৰক্ষীয়ে গাজিয়াবাদত উদ্ঘাটন কৰিছে এই ধৰ্মান্তৰিত কৰণ গেম। উল্লেখযোগ্য যে এই গেমত যেতিয়া কিশোৰ-কিশোৰীসকলে খেলখনত জিকিব বিচাৰে তেতিয়া তেওঁলোকক কোৰাণৰ শ্লোক পঢ়িবলৈ দিয়া হয়। আৰু যেতিয়া তেওঁলোকে জয়ী হ’ব,তেওঁলোকৰ কোৰাণৰ প্ৰতি আগ্ৰহ আৰু বিশ্বাস বৃদ্ধি হয়। পৰৱৰ্তী সময়ত,
READ MORE
নিউজ ডেস্ক,১২ জুনঃ তেলেংগানাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। প্ৰেমিকৰ হাতত প্ৰাণ গ’ল প্ৰেমিকাৰ। প্ৰেমিক পুৰোহিত সাই কৃষ্ণৰ হাতত প্ৰাণ গ’ল ৩০ বছৰীয়া অপ্সৰাৰ। প্ৰেমিক চাই কৃষ্ণই নিজেই প্ৰেমিকা নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰাৰ পাছতেই এই ঘটনা পোহৰলৈ আহে। সোধ-পোছৰ সময়ত সাই কৃষ্ণই অপ্সৰাক হত্যা কৰা বুলি জনাই। তথ্য অনুসৰি সাই কৃষ্ণ এজন বিবাহিত পুৰুষ আৰু দুই
READ MORE


