অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি পৰ্যালোচনা সভা, দেশৰ চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৱেষক বিজ্ঞানীৰ অংশগ্ৰহণ
- দেশ, মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- June 3, 2023

নিউজ ডেস্ক,২৮ জুনঃ হিন্দী ছবি আদিপুৰুষক লৈ চলি থকা বিতৰ্কৰ মাজতেই এটা ভাল খবৰ। ৩ জুলাইৰ পৰা পুনৰ উপভোগ কৰিব পাৰিব ৰামানন্দ সাগৰৰ হিন্দী টিভি অনুষ্ঠান ৰামায়ণ। সন্ধিয়া ৭.৩০ মিনিটত Shemaroo TVত সম্প্ৰচাৰিত হ’ব জনপ্ৰিয় ধাৰাবাহিকখন। Shemaroo টিভিয়ে শেহতীয়াকৈ চেনেলটোত ৰামায়ণৰ পুনৰ সম্প্ৰচাৰৰ বাবে এটা প্ৰমো শ্বেয়াৰ কৰিছে।অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই 80 ৰ দশকৰ
READ MORE
নিউজ ডেস্ক,২৮ জুনঃ মেট্ৰ’ ষ্টেচন ভ্ৰমণ কৰি অভিলেখ শশাংক মনুৰ। ১৫ ঘণ্টা ২২ মিনিট ৪৯ ছেকেণ্ডত দিল্লীৰ সকলো মেট্ৰ’ ষ্টেচন ভ্ৰমণ কৰিলে মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ বাসিন্দা শশাংক মনুয়ে। শশাংক মনুৱে ভ্ৰমণ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। ফ্ৰিলান্স গৱেষক হিচাপে কাম কৰা শ্ৰীমান মনুয়ে এপ্ৰিল ২০২১-ত ৰেকৰ্ড-ব্ৰেকিং প্ৰচেষ্টাৰ বাবে ভ্ৰমণ কৰিছিল।
READ MORE
নিউজ ডেস্ক,২৭ জুনঃ ডিউটি শেষ হোৱাৰ বাবেই বিমান চলাবলৈ অস্বীকাৰ পাইলটৰ। জয়পুৰত সৃষ্টি হৈছে এই ঘটনাৰ। লণ্ডন-দিল্লীৰ পৰা অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পাইলটজনে বেয়া বতৰৰ বাবে জয়পুৰত জৰুৰী অৱতৰণ কৰাৰ পিছত উৰা মাৰিবলৈ অস্বীকাৰ কৰে। জয়পুৰত জৰুৰী অৱতৰণৰ প্ৰায় ২ ঘণ্টাৰ পিছত, দিল্লী এটিচিয়ে ইয়াৰ কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ বিমানখনক অনুমতি দিছিল যদিও পাইলটজনে
READ MORE
নিউজ ডেস্ক,২৬ জুনঃ স্বদেশত প্ৰধানমন্ত্ৰীক ৰঙা গোলাপেৰে আদৰিলে বিজেপি নেতৃত্বই । আমেৰিকা-ইজিপ্তৰ ভ্ৰমণ সামৰি ভাৰতত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ পালম বিমান বন্দৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি আদৰণি কেইবাগৰাকীও মন্ত্ৰী, সাংসদৰ। উল্লেখযোগ্য প্ৰধানমন্ত্ৰী মোডীয়ে সাংসদসকলক কয় যে নিশা টোপনি ক্ষতি কৰি কিয় তেওঁক আদৰণি জনাব আহিব লাগে। একে সময়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে জে
READ MORE
নিউজ ডেস্ক,২৬ জুনঃ ৩০ জুনলৈ ৰাজ্যখনত ইন্টাৰনেট নিষেধাজ্ঞা কৰাৰ নিৰ্দেশ জাৰি প্ৰশাসনৰ। মণিপুৰ প্ৰশাসনে পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট নিষেধাজ্ঞাৰ সময়সীমা। জাতিগত সংঘৰ্ষই এমাহ অতিক্ৰম কৰিলে মণিপুৰত। মণিপুৰত সৃষ্টি হোৱাৰ হিংসাৰ ওপৰত লক্ষ্য ৰাখি ৩ মে’ৰ পৰা ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত আছে। চৰকাৰে ১১ জুনৰ পৰা ১৫ জুনলৈ আৰু তাৰ পিছত পুনৰ পাঁচ দিনৰ বাবে
READ MORE
নিউজ ডেস্ক,২৫ জুনঃ বৈদ্যুতিক বিমানত উঠিব সাজু হওক আপুনি। এইবাৰ আকাশমাৰ্গত চলিব প্ৰথমখন যাত্ৰীবাহী বৈদ্যুতিক বিমান। ইজৰাইলৰ প্ৰতিষ্ঠিত কোম্পানী ইভিয়েচন এয়াৰক্ৰাফ্টে জনাই এই খবৰ। বৈদ্যুতিক গাড়ী বা মোবাইল ফোনৰ দৰে বেটাৰী প্ৰযুক্তি আৰু ৩০ মিনিটৰ চাৰ্জিঙেৰে চলিব বিমাখন। ৯ জন যাত্ৰীৰে এক ঘণ্টাৰ পৰা দুই ঘণ্টাৰ বাবে উৰা মাৰিব পাৰিব। বেটাৰী প্ৰযুক্তিৰ ওপৰত আধাৰিত কৰিয়েই
READ MORE


