অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি
- মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- May 5, 2023

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুনঃ উত্তৰ পূব ভাৰতৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এন ই এ আই ডি(NEAID)ৰ উদ্যোগত সমগ্র শিক্ষা অভিযান, মৰিগাৱঁৰ সহযোগত বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ কপিলী ব্লকৰ অন্তৰ্গত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্ৰেণীকোঠাত টি এল এম কৰ্ণাৰ(শিক্ষণ কোণ) স্থাপনৰ ওপৰত মৰিগাঁও জিলাৰ প্ৰধান শিক্ষকসকলৰ অভিমুখিতা “ক্ষুদ্ৰ উন্নয়ন কাৰ্যসূচী” ৰূপায়ণ কৰা হয় । জিলাখনৰ বিভিন্ন
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ জুনঃ বছৰৰ দ্বিতীয়টো বানে এতিয়া নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত তাণ্ডৱৰ সৃষ্টি কৰিছে ৷ মাত্ৰ এপষেকৰ ব্যৱধানত পুনৰ অহা বানত ঘাইকৈ কামপুৰ ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হৈছে । বৰ্তমান কপিলী নৈ ফেনে-ফুটুকাৰে বাঢ়ি বিপদ সীমাৰ ওপৰেৰে বৈ থকাত নৈপৰীয়া ৰাইজ অধিক আতংকিত হৈ পৰিছে ৷ কপিলী নৈৰ বাঢ়নী পানীয়ে ন
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ জুনঃ নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও ঔম প্ৰকাশ জাজোদিয়া হাইস্কুলত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ সকলৰ দ্বাৰা পৰিবেশ সজাগতাৰ লক্ষ্যৰে আয়োজিত এই কাৰ্যসূচীত উপস্থিত থাকে নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰকৃতি প্ৰেমী স্বপন চৌধুৰী । কাৰ্যসূচীত উপস্থিত থাকি চৌধুৰীয়ে এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে নিজৰ ভাষণত কয় যে–বৃক্ষই
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ জুনঃ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৪ সংখ্যক কেন্দ্ৰীয় অংকীয়া নাট সমাৰোহখনি এইবাৰ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া গেদাৰবড়িত আয়োজন কৰা হৈছে। এই উপলক্ষে ইতিমধ্যে আদৰণি সমিতি গঠনেৰে ইয়াৰ প্ৰয়োজনীয় প্ৰস্তুতি চলাই থকা হৈছে ৷ ইয়াৰ অংশহিচাপে সোমবাৰে আদৰণী সমিতিৰ সভাপতি নিৰ্মল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত এখনি সাধাৰণ সভা
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ জুনঃ নগাঁও জিলাৰ বেবেজীয়াৰ খাটগুৰি গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, বায়ন তথা গাঁও প্ৰধান লক্ষী বৰদলৈৰ নিজ বাসগৃহত জীৱনাৱসান ঘটে ৷ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫০ বছৰ ৷ কাছমাৰী মৌজাৰ অন্তৰ্গত বাংঠাই কিছামৰ গাঁও প্ৰধান হিচাপে দুবছৰ ধৰি
READ MORE
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুনঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰে এলানি ৰক্তদান শিবিৰ আৰু সজাগতা সভাৰ আয়োজন কৰি এক ইতিবাচক পদক্ষেপ গ্ৰহন কৰিছে ৷ এই সন্দৰ্ভত চিকিৎসালয়খনৰ ৰক্ত ভাণ্ডাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ চন্দন শৰ্মাই জনোৱা মতে, বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা উক্ত শিবিৰত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ
READ MORE


