
🔹অসমত IIM স্থাপন হোৱাটো নিবিচাৰে কংগ্ৰেছে🔹লোকসভাত ভোটদানৰ সময়ত অসমৰ কংগ্ৰেছী সাংসদৰ বিধেয়কখনৰ তীব্ৰ বিৰোধিতা🔹সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া🔹’অসমৰ ৰাইজে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে’🔹কংগ্ৰেছৰ অসম বিৰোধী এই নিকৃষ্ট মানসিকতাক অসমবাসীয়ে সদায় মনত ৰাখিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কালিৰ দিনটো আছিল ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন। কিয়নো কালি অসমত আই আই এম স্থাপনৰ
READ MORE
উজনি অসমত মিঞাৰ সন্ত্ৰাস, দা লৈ খেদি আহিল জাতীয় সংগঠনকমিঞাৰ এই আক্ৰমণৰ ঘটনাক টাইপাৰ তীব্ৰ গৰিহণাউজনিত থলুৱা গৰীয়া মুছলমানৰ ছোৱালীক বিয়া পাতি মিঞাই সৃষ্টি কৰিব বিচাৰিছে জোঁৱাই গাঁৱৰআমি কেতিয়াও জোঁৱাই গাঁও সৃষ্টি হ’বলৈ নিদিওঁ- টাইপা উজনি অসমত বাংলাদেশীয় মূলৰ লোক তথা মিঞা বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিত মিঞাই সন্ত্ৰাস চলোৱাৰ বাতৰি
READ MORE
🔹অসম চৰকাৰে শীঘ্ৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি🔹সাজু হৈ আছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেল শীঘ্ৰে অসম চৰকাৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি। আজি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেলটো সাজু হৈ আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ এইকেইদিন বিটিআৰত গৈ থকাৰ বাবে সংবাদমেল আয়োজন
READ MORE
জাগীৰোড মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানৰ পৰা আৰম্ভ কৰে। ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী
READ MORE



