
যোৰহাট, ২৯ আগষ্টঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত “তথ্যৰ পৰা খচৰালৈ: শক্তিশালী পাণ্ডুলিপি লিখা আয়ত্ত কৰা” শীৰ্ষক এখন দুদিনীয়া শৈক্ষিক কৰ্মশালা আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়, ডিবিটি- নিকেব চেমিনাৰ হলত আয়োজিত কৰ্মশালাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। ভাষণ প্ৰসংগত উপাচাৰ্য গৰাকীয়ে সঠিকভাৱে তথ্য আহৰণ কৰি ইয়াৰ
READ MORE
📌সংখ্যালঘু এলেকাত ভাইৰেল হোৱাটছআপ বাৰ্তা📌সংখ্যালঘু এলেকাত হোৱাটছআপ বাৰ্তা কংগ্ৰেছে ভাইৰেল কৰাৰ অভিযোগ📌সন্দেহযুক্ত মিঞাৰ বিৰুদ্ধে চলা অভিযানক লৈ সাম্প্ৰদায়িক মন্তব্য সংখ্যালঘু এলেকাত সম্প্ৰতি ভাইৰেল হৈছে এক হোৱাটছআপ বাৰ্তা৷ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এই বাৰ্তা ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ বাৰ্তাটোৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চলোৱা হৈছে অপপ্ৰচাৰ৷ সন্দেহযুক্ত মিঞাৰ বিৰুদ্ধে চলা অভিযানক
READ MORE
ইজৰাইলক লৈ কৰা মন্তব্যৰ বাবেও পাকিস্তানত চৰ্চাত গৌৰৱ গগৈ সংসদত ভাৰতবিৰোধী বক্তব্য প্ৰদানেৰে পাক মিডিয়াৰ মধ্যমণি হৈ পৰা অসমৰ সাংসদ গৌৰৱ গগৈৰ চৰ্চা অব্যাহত আছে পাক সংবাদ মাধ্যমত৷ সংসদৰ মজিয়াত ভাষণ দি অপাৰেচন সেন্দূৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰি পাকিস্তানক পৰোক্ষভাৱে সহায় কৰা গৌৰৱ গগৈৰ যিকোনো বা-বাতৰি পাকিস্তানী মিডিয়াই অতি গুৰুত্বসহকাৰে প্ৰকাশ কৰি আহিছে৷ এতিয়া
READ MORE
📌মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আৰছাদ মাদানীৰ📌আৰছাদ মাদানীক সকীয়নি দল-সংগঠনৰ📌’অসমত মুছলমানক টাৰ্গেট কৰা হৈছে, বাংলাদেশী হোৱাটো কোনো অপৰাধ হ’ব নোৱাৰে’📌নাগৰিক সমাজৰ সভাত বিস্ফোৰক মন্তব্য বুদ্ধিজীৱি ছায়েদা হামিদৰ📌ছায়েদা হামিদৰ মন্তব্যই জ্বলাইছে অসম📌বুদ্ধিজীৱিগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী দল-সংগঠনৰ📌ছায়েদা হামিদক উগ্ৰ ‘বাংলাদেশীপ্ৰেমী’ আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ মৌলানা মেহমুদ মাদানীৰ পিছত এইবাৰ আৰছাদ মাদানীৰ হুংকাৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীক।
READ MORE



