অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি পৰ্যালোচনা সভা, দেশৰ চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গৱেষক বিজ্ঞানীৰ অংশগ্ৰহণ
- দেশ, মুখ্যপৃষ্ঠা, ৰাজ্য, শেহতীয়া খবৰ
- June 3, 2023

নিউজ ডেস্ক,১১ জুনঃ ১৪ বছৰ বয়সত কৈৰান কোৱাজী হ’ব এজন অভিযন্ত্ৰা। এলন মাস্কৰ স্পেচএক্সে নিয়োগ কৰিছে ১৪ বছৰীয়া কৈৰান কোৱাজীক। ১৪ বছৰীয়া কৈৰান কোৱাজীয়ে এই মাহত কেলিফৰ্ণিয়াৰ ছাণ্টা ক্লাৰা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব। স্পেচএক্সে কৈৰানক ছফ্টৱেৰ অভিযন্তা হিচাপে নিয়োগ কৰিছে। যিটো কোম্পানীটোৰ বাবে কাৰিকৰীভাৱে প্ৰত্যাহ্বানমূলক। কোৱাজি হৈছে স্পেচএক্সৰ দ্বাৰা নিয়োগ কৰা আটাইতকৈ কনিষ্ঠ
READ MORE
নিউজ ডেস্ক,১১ জুনঃ ৪০ দিনে আমাজনৰ ঘন জংঘলত নিৰুদ্দেশ হৈ থকা ৪ শিশুক জীৱন্তে উদ্ধাৰ। সমগ্ৰ দেশৰ বাবে এক ভাল খবৰ। জীৱন্তে উদ্ধাৰ কৰা শিশু কেইটা হ’ ল ১৩ বছৰীয়া,৯ বছৰীয়া, ৪ বছৰীয়া আৰু ১ বছৰীয়া।1 মে ‘ ত কলম্বিয়াত এটা দুৰ্ঘটনাত পতিত হৈছিল বাহন খন। পাইলটৰ বাহিৰেও বিমানখনত শিশুসহ মাতৃ, দুজন প্ৰাপ্তবয়স্ক আছিল। শিশুসকলে
READ MORE
নিউজ ডেস্ক,১১ জুনঃ ৮৬০০ কিঃমিঃ খোজ কাঢ়ি মক্কা পালে ভাৰতৰ ছিহাবে। কেৰেলাৰ পৰা খোজ কাঢ়ি ৩৭০ দিনত ছিহাবে পালে মক্কা। যোৱা বছৰ ২ জুনত খোজ কাঢ়ি আৰম্ভ কৰিছিল যাত্ৰা।ভাৰত,পাকিস্তান,ইৰাণ,ইৰাক,কুৱেইটৰ মাজেৰে গৈ ছিহাবে উপস্থিত হয় মক্কাত। নিজৰ ইউটিউব চেনেলত দৈনিক খোজ কঢ়াৰ দিছিল ছিহাবে। ছৌদি আৰৱত প্ৰৱেশ কৰাৰ পিছত ছিহাব উপস্থিত হয় মদিনাত। মক্কালৈ যোৱাৰ পূৰ্বে
READ MORE
নিউজ ডেস্ক,১০ জুনঃ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সাংসদ পদৰ পৰা পদত্যাগ ৷ কনজাৰ্ভেটিভ দলৰ প্ৰাক্তন নেতাজনে কয় যে হাউচ অফ কমন্সৰ এখন সমিতিৰ পৰা পত্ৰ খন পোৱাৰ পিছত তেওঁ আচৰিত হৈছিল। আৰু পত্ৰ খনত পাৰ্টিগেট কেলেংকাৰীৰ বিষয়ে উল্লেখ থকাৰ পিছতে সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰে বৰিছ জনছনে ৷ প্ৰাক্তন নেতাজনে কয় যে সমিতিৰ
READ MORE
নিউজ ডেস্ক,১০ জুনঃ তীব্ৰগতিত বৃদ্ধি পাইছে বিপৰ্যয় ঘূৰ্ণী বতাহৰ বেগ। আগন্তুত ২৪ ঘন্টাত বিপৰ্যয়ে লব ভয়ংকৰ ৰূপ। সতৰ্কবাণী জাৰি কৰিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। যি কোনো মুহুৰ্তত বিপৰ্যয়ে সংহাৰীৰূপ ধাৰণ কৰিব পাৰে। আৰৱ সাগৰত সৃষ্টি হৈছে প্ৰচণ্ড ঢৌৰ। ১৪ জুন পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে তিথাল। অসম তথা উত্তৰ পূৰ্বাঞ্চলতো প্ৰভাৱ পৰিব বিপৰ্যয়ৰ।
READ MORE
নিউজ ডেস্ক,৮ জুনঃ মায়া নগৰী মুম্বাইত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। শ্ৰদ্ধা ৱাকাৰৰ ঘটনা মাৰ নাযাওতেই পুনৰ হত্যাকাণ্ড। প্ৰেমিকে টুকুৰা টুকুৰ কৰিলে প্ৰেমিকাক। মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এই হত্যাকাণ্ড। ৩২ বছৰীয়া লিভ ইন পাৰ্টনাৰক হত্যা কৰিলে ৫৬ বছৰীয়া মনোজ ৰেচনে। মৃতদেহটোৰ কেইবাটাও অংশ টুকুৰা টুকুৰ কৰি কুকাৰত সিজাইছিল মনোজে। মৃতদেহটো টুকুৰা-টুকুৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল গছ
READ MORE


