
জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত স্থাপন হ’ব ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিসামাজিক মাধ্যমযোগে ঘোষণা মন্ত্ৰী পীযুষ হাজৰীকাৰ দেশৰ সংবিধান প্ৰণেতাক সন্মান দিয়াৰ উদ্দেশ্যে প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। ইয়াকে লৈ সম্প্ৰতি তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে মন্ত্ৰী পীযুষ হাজৰীকাক। দিছপুৰৰ জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষত স্থাপন হ’ব ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি। ১৫
READ MORE
বিনিয়োগৰ বাবে জাপান আগ্ৰহী বুলি মন্তব্য ৰাষ্ট্ৰদূতগৰাকীৰ ভাৰতৰ ৰাষ্ট্ৰদূত কেইচি অনোৰ নেতৃত্বত জাপানৰ পৰা অহা এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়। ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিশ্বব্যাপী বিনিয়োগ সন্মিলন এডভাণ্টেজ অসম ২.০ৰ পূৰ্বে জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ এই ভ্ৰমণে যথেষ্ট গুৰুত্ব বহন কৰিছে। ভ্ৰমণৰ প্ৰথম দিনাই ৰাষ্ট্ৰদূত অ’ন’ আৰু
READ MORE
জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ মন্তব্য আজি ভাৰতত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’ন’ৰ লগতে এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদর্শন কৰে। প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ৰাষ্ট্ৰদূতগৰাকীৰ লগতে প্ৰতিনিধিৰ দলটো অত্যন্ত উৎসাহিত হয়। প্ৰকল্পস্থলী পৰিদর্শনৰ সময়ত ৰাষ্ট্ৰদূতগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত বিনিয়োগৰ
READ MORE
বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি কামৰূপৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। জনসাধাৰণৰ মাজত কৰ্কট ৰোগ সম্পৰ্কীয় ভুল ধাৰণা নোহোৱা কৰি প্ৰয়োজনীয় সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শৰীৰ চৰ্চাবিদ প্ৰাক্তন মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজে কৰ্কট ৰোগত
READ MORE



