
দিছপুৰ, ১৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক মনোজ চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ দাখিল কৰিছে।উল্লেখ্য যে, নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক চৌহানে যোবা ১১ ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এখন
READ MORE
পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰীঃ ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্থিতিৰ সন্দর্ভত প্রশ্ন উত্থাপন গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজনৈতিক তথা দেশৰ সুৰক্ষা জড়িত প্রশ্ন তুলি সাংসদগৰাকীক তীব্ৰ আক্ৰমণ কৰি থকাৰ সময়তে শনিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এডভাণ্টেজ আছাম-২.০, ঝুমইৰ বিনন্দিনী আদি বিষয় সামৰি সংবাদ মেল আয়োজন কৰে। ইয়াৰ
READ MORE
‘সন্দেহযুক্ত বাংলাদেশী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব’জাগীৰোডৰ ঝাৰগাঁৱত সন্দেহযুক্ত নাগৰিকে আক্ৰমণ কৰা পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰীকাঅৰাজগতা কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ সন্দেহযুক্ত একাংশ দুষ্কৃতিকাৰীয়ে আমাৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। এইসকলৰ বিৰুদ্ধে আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয় কৰিম। এনেকৈ ঘৰত সোমাই আহি আক্ৰমণ কৰাটো আমাৰ সংস্কৃতি নহয়। এয়া বাংলাদেশী সংস্কৃতি।
READ MORE
গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ সংসদত দেশৰ সুৰক্ষা বিঘ্নিত কৰা প্ৰশ্নৰ প্রতি সৰৱ হৈ উঠিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। সামাজিক মাধ্যমত বৃহস্পতিবাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তুলি দেশৰ সুৰক্ষাজনিত বহু প্রশ্ন উত্থাপন কৰিছে।মুখ্যমন্ত্ৰীৰ এই প্রশ্ন তথা অভিযোগৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে এক্স আৰু ফে’চবুক মাধ্যমেৰে মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক উদ্দেশ্য
READ MORE



