🔹ভাৰতৰ অবিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰক আঁতৰাই ৰাখিলে ভাৰতৰ মানচিত্ৰৰ পৰা ভাৰতৰ মানচিত্ৰৰ বিকৃত উপস্থাপন কৰি বিতৰ্কত সোমাই পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানৰ ISI লগত সম্পৰ্কৰ তদন্ত চলি থকাৰ মাজতে সাংসদগৰাকীৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ সৃষ্টি হৈছে দেশজুৰি প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে পোষ্টটোত ব্যৱহাৰ কৰা ভাৰতৰ মানচিত্ৰৰ যিখন ফটো ব্যৱহাৰ কৰিছিল সেই
READ MORE
গৌৰৱ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধানদিল্লীত ব্ৰিটিছ দূতাবাসত অসম আৰক্ষীৰ SITৰ তদন্তব্ৰিটিছ দূতাবাসৰ দুই বিষয়াক জেৰা অসমৰ পৰা যোৱা SITৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধানত দিল্লীত ব্ৰিটিছ দূতাবাসত তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। দিল্লীত বাহৰ পাতি তদন্ত ক্ষীপ্ৰতৰ কৰিছে অসম আৰক্ষীৰ SIT-এ। পাকিস্তানী আলী তাকিৰ শ্বেখৰ সৈতে কাম কৰাৰ সময়ত
READ MORE
অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘পদক্ষেপ’ৰ উদ্যোগত আৰু ৩৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদৰ সহযোগত গীতানগৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি বৰ্তমানৰ প্ৰেক্ষাপটত নাৰী সমাজৰ মাজত এক জলন্ত সমস্যা ৰূপে দেখা দিয়া ব্রেষ্ট কেন্সাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে
READ MORE
যোৰহাট, ৪ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ত আজি ১৬ সংখ্যক ইণ্ডো জাপানিজ ডায়েলগ অনুষ্ঠিত হয়। ভাৰতত অৰ্থনৈতিক উন্নয়ন শীৰ্ষক বিষয়ত বিশেষভাৱে আলোচনা হোৱা এই আলোচনাত কেইবাজনো জাপানী কৃষি বিজ্ঞানী আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ব’ৰ্ড ৰূমত আয়োজিত উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু
READ MORE



