728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90



Author's Posts

  • ৰাহুল গান্ধীলৈ মুকলি পত্ৰ নিৰ্বাচন আয়োগৰ…

    ৰাহুল গান্ধীলৈ মুকলি পত্ৰ নিৰ্বাচন আয়োগৰ…0

    নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মন্তব্য দি বিপদত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিলে ১৬ গৰাকী প্ৰাক্তন ন্যায়াধীশে। নিৰ্বাচন আয়োগক বদনাম কৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে মুকলি পত্ৰ। ১২৩ গৰাকী অৱসৰপ্ৰাপ্ত আমোলাৰো পত্ৰত স্বাক্ষৰ। পত্ৰত স্বাক্ষৰ কৰিছে ১৪ গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূতে। ১৩৩ গৰাকী প্ৰাক্তন সেনা বিষয়াৰো পত্ৰত স্বাক্ষৰ। বাৰে বাৰে অযুক্তিকৰ অভিযোগেৰে নিৰ্বাচন আয়োগক বদনাম কৰাৰ অভিযোগ।

    READ MORE
  • ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি

    ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি0

    ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি৭৩গৰাকী পৰিদৰ্শকক বদলি অমৃত কুমাৰ সিঙক কাছাৰৰ পৰা গুৱাহাটী আয়ুক্তৰ কাৰ্যালয়লৈ বদলিঅমৰ ঘোষক বৰপেটাৰ পৰা দক্ষিণ শালমাৰালৈ বদলিশৈলেন কুমাৰ কলিতাক বঙাইগাঁও DEFৰ পৰা বৰপেটালৈ বদলিদীননাথ মিলিক বঙাইগাঁও DEFৰ পৰা ডিব্ৰুগড়লৈ বদলিজ্যোতির্ময় দত্তক হাইলাকান্দি DEFৰ পৰা বঙাইগাঁৱলৈ বদলিযোছেফ ভি কেইভমক কাছাৰ DEFৰ পৰা কাৰ্বি আংলঙলৈ বদলিজনপান বে’ক কাছাৰ DEFৰ পৰা CID কার্যালয়লৈ বদলিহাওকাম

    READ MORE
  • জুবিনৰ জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ…

    জুবিনৰ জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ…0

    জন্মদিনৰ দিনাই জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইতিবাচক খবৰএখোজ আগবাঢ়িলে জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া, ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল বাধাকেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়েBNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষীদেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয়, তেন্তে আদালতলৈ গোচৰটো নিবলৈ প্ৰয়োজন হয় BNSSৰ ধাৰা ২০৮ত

    READ MORE
  • কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ

    কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ0

    গুৱাহাটী ভৰলুমুখত সংঘটিত হৈছে এটা অত্যন্ত দুখজনক ঘটনা। কন্যাৰ জন্মদিন আনন্দেৰে উদযাপন কৰিবলৈ পিতৃ-মাতৃয়ে ঘৰত বিশেষ আয়োজন কৰিছিল। কিন্তু নিয়তিৰ কি খেলা কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ। ঘটনাটো সংঘটিত হয় ভৰলুমুখৰ প’ষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত। অকাস্মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটি নিমিষতে নিশেষ হৈ যায় সকলো। ফলতে সূত্ৰপাত হৈছিল জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ

    READ MORE

Latest Posts

error: Content is protected !!