
🔹তেজপুৰৰ পৰ্বতীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ মন্ত্ৰী হাজৰীকাৰ, খহনীয়াৰোধৰ কাম কৰাৰ আশ্বাস অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও চৰকাৰী জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মন্ত্ৰীগৰাকীয়ে বিধায়কসকল ক্ৰমে পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু
READ MORE
🔹গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ🔹সংবাদ প্ৰতিষ্ঠানৰ মালিক-সম্পাদকক তুলা-ধূণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ🔹’সংবাদ প্ৰতিষ্ঠানৰ মালিকে মিছা কথা কৈ সমগ্ৰ অসমক ঠগি আছে’🔹’অনিয়মৰে ঘৰ বনাই বিল্ডিং আইন উলংঘা কৰিছে চেনেলৰ মালিকে’🔹’পত্নী-কন্যাক অত্যাচাৰ কৰি স্বয়ং সম্পাদকে উলংঘা কৰে গাহস্থ্য আইন’ চালনীয়ে বেজীক হাঁহে তই ফুটা বুলি, কিন্তু সি বুজি নাপায় তাৰ যে নিজৰে গোটেই গাত ফুটা
READ MORE
অসমীয়া ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদলৈ’-ৰ ১৪ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ দেওবাৰে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ২০১১ চনৰ ২০ জুনৰ দিনটোত ফেচবুকত জন্ম লাভ কৰা স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’য়ে কালক্ৰমত ফেচবুকৰ গোটৰ পৰা পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংগঠনৰূপে আত্মপ্ৰকাশ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি
READ MORE
🔹নিষিদ্ধ মাংস তথা গৌৰৱ গগৈ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিস্ফোৰণ🔹বিজেপি-আৰএছএছৰ কোনো ব্যক্তিয়ে গো-মাংস স্পৰ্শ কৰাটো দূৰৰ কথা, চাবও নোৱাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা🔹গৌৰৱ গগৈক তথাকথিত হিন্দু আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ🔹সুশাসন আৰু গৰীৱ কল্যাণৰ ১১ বছৰ সন্দৰ্ভত ওদালগুৰিত বিশেষ সংবাদমেল সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱেহে গো-মাংস স্পৰ্শ কৰিব পাৰে, আমি নোৱাৰো। গৌৰৱ গগৈ
READ MORE



