
যোৰহাট, ৩ এপ্ৰিলঃ ৪, ৫ আৰু ৬ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এক বিবৃতিৰ জৰিয়তে এই বিষয়ে প্ৰকাশ কৰিছে।
READ MORE
▶️‘প্ৰসন্ন তুৰুঙৰ হত্যাৰ অভিযোগত অভিযুক্ত সাংসদ প্ৰদ্যুৎ বৰদলৈ’▶️‘গঁড় হত্যাৰ বাবে ৰকিবুল হুছেইন যিমান দায়ী সিমানেই দায়ী সাংসদ প্ৰদ্যুৎ বৰদলৈ’▶️প্ৰদ্যুৎ বৰদলৈয়ে কু-চক্ৰান্ত কৰি লাভ নাই, তেওঁ এজন ব্যৰ্থ মন্ত্ৰী, ব্যৰ্থ বিধায়ক, ব্যৰ্থ সাংসদঃ মন্ত্ৰী পীযুষ হাজৰীকা▶️আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক ৯০ হাজাৰ ভোটত পৰাস্ত কৰাৰ হুংকাৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ গঁড় হত্যা আপুনি ৰোধ কৰিব পৰা নাছিল৷
READ MORE
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটাই সপোন, সমাজৰ নিষ্পেষিত আৰু শোষিতসকলে যাতে আগুৱাই গৈ মূৰ ডাঙি জীৱন নিৰ্বাহ কৰিব পাৰে আৰু সমাজ গঠনত সক্ৰিয় ভূমিকা ল’ব পাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা‘এগৰাকী ব্যক্তি একেলগে সাংবাদিক, উকিল আৰু ব্যৱসায়ী হ’ব পাৰে নেকি?’দিলোৱাল হুছেইন সন্দৰ্ভত প্ৰেছ ক্লাবক কৰা প্ৰশ্নৰ উত্তৰ আজিও নাপালে মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকাই অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ
READ MORE
যোৰহাট, ২৪ মাৰ্চঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব কৃষি প্ৰযুক্তি উদ্যোগী হাব (নীট ই হাব)ত উন্নত উদ্যোগীকৰণ আৰু দক্ষতা বিকাশৰ ৫ দিনীয়া আৱাসিক প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত উত্তৰ-পূব কৃষি প্ৰযুক্তি উদ্যোগী হাবৰ দ্বাৰা ৰূপায়িত এই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। উত্তৰ-পূব
READ MORE



