
🔹গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত মুকলি গীতৰ দৃশ্য-শ্ৰব্য সংস্কৰণ অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা এটি মনপৰশা অসমীয়া আধুনিক গীত ‘ফাগুন বলিছে’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি কৰা হয় যোৱা ১৩ মে’ত গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা এখনি অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত৷ উন্মোচনী অনু্ঠানত উপস্থিত থাকে সংগীত পৰিচালক মানস হাজৰিকা, গায়ক চাজু, সম্পাদক আৰু গীতিটিৰ ভিডিঅ’ পৰিচালক তিৰাপ
READ MORE
🔹যিসকলৰ জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী চিন্তা জাগ্ৰত হোৱা নাই সেইসকল প্রকৃততে দেশদ্ৰোহীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা🔹’৬০ বছৰে কংগ্ৰেছে ভাৰতবৰ্ষক এলাগি কৰি ৰাখিছিল’🔹’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিষ্ঠাৰে কাম কৰাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ জনসাধাৰণ বিশ্বৰ বুকুত সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে’🔹পূব নলবাৰী ৰাজকদমতল-ধমধমাত মিত্ৰজোঁটৰ প্রাৰ্থীৰ হৈ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্রচাৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই
READ MORE
‘মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ দুই সন্তান ব্ৰিটিছৰ নাগৰিক’‘ভাৰতবৰ্ষক তেওঁলোকে ভাল নাপায়, অসমক তেওঁলোকে ভাল নাপায়’‘অকল ৰাজনীতি কৰি গৌৰৱ গগৈয়ে ইয়ালৈ নেতাগিৰি কৰিবলৈ আহে’হোজাইত নিৰ্বাচনী সভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক তুলা-ধূনা মন্ত্ৰী পীযুষ হাজৰীকাৰজাগীৰোড-হোজাইত বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে কেবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ জাগীৰোড সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিল বানপানীৰ সমস্যা।
READ MORE
🔹ৰহাৰ চাপৰমুখ, ফুলগুৰি বাৰপূজীয়াত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ🔹টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দিয়া কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ🔹’পাকিস্তানৰ সমৰ্থকসকলৰ ভোট আমাক নালাগে’🔹’পাকিস্তানৰ সমৰ্থককেইটাই কংগ্ৰেছক ভোট দিয়ক, অখিল গগৈক ভোট দিয়ক’ কংগ্ৰেছ দলে টিকটৰ লগত এখন এখন দুৰ্নীতিৰ লাইচেন্স দি দিছে। কংগ্ৰেছ দলক আপোনালোকে ভোট নিদিব। কংগ্ৰেছ দলক ভোট দি লাভ নাই।
READ MORE



