
গুৱাহাটী, ২০ জুনঃ কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাক আজি বিশ্ববিদ্যালয়ৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে ‘সন্মানীয় কৰ্ণেল’ পদবী প্ৰদান কৰা হয়। আজি সম্পন্ন হোৱা এক ৰেংক পিপিং অনুষ্ঠানত অধ্যাপক ডেকাক নেচনেল কেডেট কৰ্পছ (এনচিচি)ত ‘কৰ্নেল কমাণ্ডেণ্ট’ হিচাপে নিযুক্তি দিয়া হয়। ভাৰত চৰকাৰে যুৱ উন্নয়নত অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ অসামান্য অৱদান আৰু এনচিচি কাৰ্যকলাপৰ বাবে তেওঁৰ ধাৰাবাহিক
READ MORE
🔹৫০০ বিঘা ভূমিক সামৰি হ’ব এই প্ৰকল্প🔹মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন টাই আহোম উন্নয়ন পৰিষদৰ🔹সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ🔹মৈদাম বেদখল মুক্ত কৰাৰ বাবে গৌৰৱ গগৈয়ে গ্ৰহণ নকৰিলে কোনো পদক্ষেপ🔹কেবল নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ আহোমৰ আৱেগক লৈ হেতালি খেলে গৌৰৱ গগৈয়েঃ ময়ূৰ বৰগোহাঁই ৰাজনীতিৰ ঊৰ্ধত থাকি যেতিয়া এটা ভাল কাম হয়, তেতিয়া সকলো
READ MORE
আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মুঠ ২৪১ জন যাত্ৰীৰ মৃত্যু হয়। ইয়াৰ ভিতৰত এজন উদীয়মান ক্ৰিকেটাৰৰো মৃত্যু হয়। ২৩ বছৰীয়া দীৰ্ঘ পটেল নামৰ এই ভাৰতীয় ক্ৰিকেটাৰজনে ইংলেণ্ডৰ এটা ক্লাবৰ হৈ খেলিছিল। তেওঁ লিড্ছ মডাৰ্নিয়ান্স ক্লাবৰ হৈ খেলিছিল। গুজৰাটৰ বাসিন্দা দীৰ্ঘই পঢ়া-শুনাৰ বাবে ইংলেণ্ডত থাকিছিল। তাত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধ্যয়ন কৰিছিল। একে সময়তে তেওঁ
READ MORE
৯০ বছৰীয়া ককাৰ অভিযোগৰ পিছতেই মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ জিলা আয়ুক্তক নিৰ্দেশ মন্ত্ৰী হাজৰীকাৰ তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে Spot Action মুডত মন্ত্ৰী পীযুষ হাজৰীকা। ‘কোন ৰাজা বাবু? আজিয়েই উঠাই লৈ আহক’ বুলি জিলা আয়ুক্তক আজি কঠোৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯০ বছৰীয়া এগৰাকী অসহায় ককাৰ অভিযোগৰ পিছতেই আজি তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
READ MORE



