
🔹একাধিক ৰাজহুৱা সভা, মন্ত্রী-বিধায়কৰে বৈঠকত উজনি অসমৰ উন্নয়ন-বিকাশৰ দিশত গুৰুত্ব প্রদান ড০ হিমন্ত বিশ্ব শৰ্মাৰ🔹উৰিয়ামঘাটৰ বেদখলৰো বুজ ল’লে মুখ্যমন্ত্ৰীয়ে যোৱা ২২ জুলাইত চাৰিদিনৰ বাবে কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসম ভ্রমণ কাৰ্যসূচী আজি সমাৰণি পৰে। এই সময়খিনিত মুখ্যমন্ত্রীয়ে কেইবাটাও বিধানসভা সমষ্টিত উপস্থিত হৈ বিভিন্ন ৰাজহুৱা সভা তথা চৰকাৰী বৈঠকত উপস্থিত থাকে। বিভিন্ন প্রকল্প
READ MORE
নিউজ ডেস্কঃ গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে ডিব্ৰুগড়ৰ সেৱা প্ৰতিষ্ঠানৰ সহযোগত চাহ জনগোষ্ঠীৰ মাজত সজাগতা আনিবলৈ যোৱা ১২ জুলাইৰ পৰা উজনি অসমৰ চাহ বাগানসমূহত পুতলা নাট পৰিৱেশন কৰি আহিছে। এই অভিযান প্ৰায় এমাহলৈকে চলিব। নাটৰ কাহিনীত চাহ বাগানৰ কৰ্মৰত মহিলা-পুৰুষৰ শিক্ষা, স্বাস্থ্য, অন্ধবিশ্বাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মাদকদ্ৰব্যৰ অপব্যৱহাৰ নিবাৰণ আদি সজাগতামূলক দিশসমূহ দাঙি ধৰিছে। পুতলা নাট পৰিচালনা কৰিছে সংগীত
READ MORE
১৭ জুলাইঃ বৃহত্তৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বেচৰকাৰী সংস্থা ‘সন্মিলিত জনকল্যাণ মঞ্চ’ৰ উদ্যোগত বৃহস্পতিবাৰে ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্রেক্ষাগৃহত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ কৃতী শিক্ষার্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। সম্বৰ্ধনা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা। সভাত বিশিষ্ট সাংবাদিক অতনু
READ MORE
🔹অসমৰ উজনি নামনি সকলোতে এতিয়া বংগীয় বাংলাদেশীৰ আগ্ৰাসনৰ ভয়ানক ৰূপ🔹’বংগীয়মূলৰ লোকৰ ভয়ানক আগ্ৰাসনে আমাক সকলোকে স্তম্ভিত কৰি তুলিছে’🔹’যদি আমি জাতি-মাটি-ভেটি ৰক্ষা কৰিব নোৱাৰো তেন্তে আমি কেতিয়াও আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিম’🔹যেতিয়ালৈকে অসমত বংগীয় মুছলমানৰ দপদপনি চলিব তেতিয়ালৈকে উচ্ছেদৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিবঃ দৃষ্টি ৰাজখোৱা বাংলাদেশী আগ্ৰাসন প্ৰতিৰোধৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাই যি
READ MORE



